- ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ !
- অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ প্ৰাক্তন সভাপতি আৰু ৰাজ্যসভাৰ 'চীফ হুইপ' আছিল ভুৱনেশ্বৰ কলিতা ৷
- সঞ্জয় সিঙৰ পাচত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতা হৈছে দ্বিতীয় গৰাকী সাংসদ ৷
- ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ সন্দৰ্ভত বৰ্তমানেও অন্ধকাৰত আছে কংগ্ৰেছ ৷
- প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ নেতাসকলেও সংবাদ মাধ্যমযোগ হে জানিব পাৰিছে এই কথা৷
ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ - পদত্যাগ
ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ !
BHOBENASWAR RESIGN
- ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ !
- অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ প্ৰাক্তন সভাপতি আৰু ৰাজ্যসভাৰ 'চীফ হুইপ' আছিল ভুৱনেশ্বৰ কলিতা ৷
- সঞ্জয় সিঙৰ পাচত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতা হৈছে দ্বিতীয় গৰাকী সাংসদ ৷
- ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ সন্দৰ্ভত বৰ্তমানেও অন্ধকাৰত আছে কংগ্ৰেছ ৷
- প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ নেতাসকলেও সংবাদ মাধ্যমযোগ হে জানিব পাৰিছে এই কথা৷
Intro:গুৱাহাটী, ৫ আগষ্ট: সকলোকে আচৰিত কৰি সোমবাৰে পুৱা ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে ভুৱনেশ্বৰ কলিতাই। কাৰ্যকাল সম্পূৰ্ণ হবলৈ এতিয়াও প্ৰায় এটা বছৰ বাকী থকা অৱস্থাত কি কাৰণত তেওঁ আজি সদস্য পদ ত্যাগ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
Body:উল্লেখ্য যে বৰ্তমান ৰাজ্যসভাৰ সাংসদগৰাকীয়ে বিগত লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজয়মুকুট পিন্ধিবলৈ সক্ষম হোৱা নাছিল। তাৎপৰ্যপূৰ্ণ কথা যে কলিতাৰ পদত্যাগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ অৱগত নহয়। গতিকে ৰহস্য দুগুনে বৃদ্ধি পাইছে।
Conclusion:মন কৰিবলগীয়া যে সৌ সিদিনা অসমৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সাংসদ পদ ত্যাগ কৰাৰ লগতে কংগ্ৰেছৰ পৰাও পদত্যাগ কৰিছিল আৰু পিছদিনাই যোগদান কৰিছিল বিজেপিত।