ETV Bharat / state

সীমান্ত চেতনা মঞ্চৰ উদ্যোগত " ভাৰত দৰ্শন" যাত্ৰা

সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক সংস্কৃতিৰ দিশত সৱল কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই যাত্ৰাৰ

author img

By

Published : Mar 21, 2019, 3:31 AM IST

সীমান্ত চেতনা মঞ্চৰ উদ্যোগত " ভাৰত দৰ্শন" যাত্ৰাৰ আৰম্ভণি

গুৱাহাটী, 21 মাৰ্চঃ মহানগৰীৰ খানাপাৰাত বুধবাৰেসীমান্ত চেতনা মঞ্চই সম্বোধনকৰে এক সংবাদমেল ৷ সংবাদমেলত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ভাৰত দৰ্শন যাত্ৰা নামৰ এক বিশেষ অভিযান আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে সংস্থাটোৰ নেতৃত্বই ৷

আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কলা-সংস্কৃতি, দেশভক্তি ভাব জগাই তোলাৰ লক্ষ্যৰে উলিওৱা হ'ব এই যাত্ৰা। এই যাত্ৰৰ জৰিয়তে নাগালেণ্ডৰ ৪৯ গৰাকী লোকে ভাৰতৰ বিভিন্ন সীমামূৰীয়া অঞ্চল ভ্ৰমণ কৰিব পাৰিব।

উল্লেখ্য যে, প্ৰতিবছৰে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক সংস্কৃতিৰ দিশত সৱল কৰাৰ উদ্দেশ্যেৰে এই অভিযান আৰম্ভ কৰা হয় ।

Slug: A_GHY_20MAR_801_SIMANTA MANCHA PROGRAM_HIRUL

সীমান্ত চেতনা মঞ্চৰ উদ্যোগত আৰম্ভ হৈছে ভাৰত দৰ্শন যাত্ৰা নামৰ এক বিশেষ অভিযান। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কলা সংস্কৃতি, দেশভক্তি ভাৱ জগাই তোলাৰ লক্ষ্যৰে উলিয়াই হ'ব এই যাত্ৰা। এইবাৰ নাগালেণ্ডৰ ৪৯গৰাকী লোকে ভাৰতৰ বিভিন্ন সীমামূৰীয়া অঞ্চল ভ্ৰমণ কৰিব। বুধবাৰে মহানগৰীৰ খানাপাৰাত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে সংস্থাটোৰ নেতৃত্বই। উল্লেখযোগ্য যে প্ৰতিবছৰে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক সংস্কৃতিৰ দিশত সৱল কৰাৰ উদ্দেশ্যে আৰম্ভ কৰে এই অভিযানৰ।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.