ETV Bharat / state

যোৰাবাটত বেটেৰী চোৰ গ্ৰেপ্তাৰ

author img

By

Published : Nov 19, 2019, 10:42 PM IST

যোৰাবাটত হাতে লোটে গ্ৰপ্তাৰ বেটেৰী চোৰ ৷ মঙলবাৰে পুৱা 4.30 বজাত পথৰ দাঁতিত ৰৈ থকা ট্ৰাক এখনত তিনিজনীয়া চোৰৰ দলে চুৰিকাৰ্য সংঘটিত কৰি থকা সময়তেই ৰাইজে এজন চোৰক হাতে লোটে ধৰা পেলায় যদিও পলাই যাবলৈ সক্ষম হয় বাকী দুজন চোৰ ৷

যোৰাবাটত বেটেৰী চোৰ গ্ৰেপ্তাৰ

যোৰাবাট, 19 নৱেম্বৰঃ যোৰাবাটত হাতে লোটে গ্ৰপ্তাৰ বেটেৰী চোৰ ৷ মঙলবাৰে পুৱা 4.30 বজাত পথৰ দাঁতিত ৰৈ থকা ট্ৰাক এখনত তিনিজনীয়া চোৰৰ দলে চুৰিকাৰ্য সংঘটিত কৰি থকা সময়তেই ৰাইজে এজন চোৰক হাতে লোটে ধৰা পেলায় যদিও পলাই যাবলৈ সক্ষম হয় বাকী দুজন চোৰ ৷ ধৃত চোৰটোৰ নাম মদন বাহাদুৰ দৰ্জী ৷

গ্ৰেপ্তাৰ বেটেৰী চোৰ

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি যোৰাবাট অঞ্চলটোত চোৰে চলাই আহিছিল সন্ত্ৰাস ৷ চোৰজনক আটক কৰি ৰাইজে যোৰাবাট আৰক্ষীৰ হাতত গটাই দিয়ে ৷ ইতিমধ্যে আটকাধীন চোৰটোৱে মহানগৰীৰ বিভিন্ন অঞ্চলত চলি থকা নিচাযুক্ত দ্ৰব্যৰ সহজলভ্য বজাৰখনৰ বিষয়ে সাংবাদিকক অৱগত কৰে ৷

Intro:যোৰাবাটত গ্ৰেপ্তাৰ বেটেৰী চোৰBody:যোৰাবাটত সঘনাই সংঘটিত হৈ আছে চুৰি কাৰ্য | আজি ৰাতিপুৱা ৪.৩০ বজাত পথৰ দাঁতিত ৰৈ থকা ট্ৰাক এখনত তিনিজনীয়া চোৰৰ দলে চুৰি কৰি থকা সময়ত হাতে লোটে ধৰা পৰে এজন চোৰ আৰু বাকী দুজন চোৰ পলাই যাবলৈ সক্ষম হয় | চোৰটোৰ নাম মদন বাহাদুৰ দৰ্জী বয়স ২৫

যোৱা কেইদিনমান ধৰি যোৰাবাটত চোৰে সন্ত্ৰাস চলায় আহিছে | যাৰ ফলত চোৰে নিদ্ৰা হৰন কৰিছে যোৰাবাট অন্চলৰ ব্যৱসায়ীক সকলৰ লগতে ট্ৰাক চালক সকলক | আজি ৰাতিপুৱা যোৰাবাটৰ এয়াৰটেল মাৰ্কেটত ৰৈ থকা এখন ট্ৰাকৰ পৰা বেটাৰী চুৰি কৰি থকা সময়ত হাতে লোটে ধৰা পৰে তিনিজনীয়া চোৰৰ দলৰ এজন চোৰ | চোৰজনক ধৰি ট্ৰাক চালক আৰু স্হানীয় লোকে লাইনৰ খুটাত বান্ধী ৰাম ধুলাই দিয়ে | ৰাম ধুলাইত চোৰ লেবেযান হৈ পৰে | খৱৰ পাই যোৰাবাট আৰক্ষীৰ এটা দল ঘটনা স্হলিত উপস্হিত হৈ চোৰজনক উদ্ধাৰ কৰি যোৰাবাট আৰক্ষী চকীলৈ লৈ আহে | জানিব পৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা যুৱকজন এজন নিচাসক্ত যুৱক

বাইত —১/ ট্ৰাক চালক
২/ চোৰConclusion:Asrar Ansari

Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.