ETV Bharat / state

কলাক্ষেত্ৰত আয়ুস্মান ভাৰত অনুষ্ঠান

author img

By

Published : Sep 15, 2019, 10:42 PM IST

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আয়ুস্মান ভাৰত আঁচনিৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

কলাক্ষেত্ৰত আয়ুস্মান ভাৰত অনুষ্ঠান

গুৱাহাটী, 15 চেপ্তেম্বৰঃ গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ুস্মান ভাৰতৰ অনুষ্ঠান । ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তীয় তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আয়ুস্মান ভাৰত আঁচনিৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । আয়ুস্মান ভাৰতৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসকলে ব্যক্তিগত চিকিৎসাললৈ যোৱা সম্ভৱ হৈছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্তমানলৈ অসমত ব্যক্তিগত 141 খন চিকিৎসালত আয়ুস্মান ভাৰতৰ ব্যৱস্থা থকাৰ বিপৰীতে 38 খন চৰকাৰী চিকিৎসালত এই ব্যৱস্থা থকা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

Intro:Full visual sent by live feed

দেওবাৰে মহানগৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ুস্মাণ ভাৰত এক অনুষ্ঠান অনুষ্ঠিত হয় । ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । অনুষ্ঠানৰ মুখ্য অতিথি বিত্তীয় তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আয়ুস্মাণ ভাৰত আঁচনিৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

Body:২৩ চেপ্তেম্বৰ ২০১৮ চনত আৰম্ভ হৈছিল জন আৰোগ্য যোজনা
এটা বছৰ সাফল্যৰ বাবে এটা সপ্তাহ বাকী
তাৰপ্ৰাকক্ষণত এই কাৰ্য্যসূচী লোৱা হৈছে
আৰু আজি এই যোজনাখনত নতুন সংযোজন কৰা হৈছে
আয়ুস্মাণ ভাৰত BPL সকলৰ বাবে
আয়ুস্মাণ ভাৰতৰ বাবে দৰিদ্ৰ দুখীয়া জনে ব্যক্তিগত চিকিৎসাললৈ যাব পাৰিছে
যিটো আগতে সম্ভৱ নাছিল
বৰ্তমানলৈ অসমত ব্যক্তিগত ১৪১ খন হাস্পতালত আয়ুস্মাণ ভাৰতৰ ব্যৱস্হা আছে
বিপৰীতে চৰকাৰী ৩৮ হাস্পতালত ব্যৱস্হা আছে
মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মই বহুত বেছি হেপ্পী নহয়
তথাপি যিমান পাৰো গেপ মেইনটেন কৰিব চেষ্টা কৰিছো
Conclusion:আৰোগ্য মিত্ৰ সকলৰ ওপৰত নিৰ্ভৰ কৰে আচনিখন
শিলচৰ মেডিকেল কলেজলৈ ২ মাহৰ সময়সীমা
সঠিক ভাবে আগবঢ়াব পৰা নাই সেৱা
এতিয়াও চৰকাৰী চিকিৎসালয়ত বহু আসোৱা দূৰ হোৱা নাই
চিটি স্কেন, ব্লাড ৰিপোৰ্টৰ বাবে বহু সময় অপেক্ষা কৰিব লাগে
স্বাস্হ্য বিভাগৰ আসোৱাহ কত সেয়া পৰামৰ্শ দিয়ক
স্বাস্হ্য বিভাগত যিমান কাম নকৰিলেওঁ আমি ফেইলৰ
কিয়নো স্বাস্হ্য বিভাগত অভাব লিডাৰশ্বীপৰ
অধ্যক্ষ, অধীক্ষক আৰু ডেপুটি অধীক্ষকৰ লিডাৰশ্বীপত ব্যৰ্থ
তিনিটা বস্তু সকলো ঠিকে থাকে থাকিলে স্বাস্হ্য বিভাগৰ সমস্যা দূৰ
সকলো ঔষধ, পৰ্য্যাপ্ত পৰীক্ষা নিৰীক্ষা কৰা সা সজুলি, আৰু বাহিৰত পকেটৰ টকাৰে ক্ৰয় কৰা ঔষধৰ টকা উভতাই পালে সমস্যা দূৰ
প্ৰধান মন্ত্ৰী জন আৰোগ্য জযোনা কাৰ্য্যকৰী কৰিলে কমিচন লাভ কৰিব চিকিৎসক নাৰ্চে
এই আচনিৰ জড়িযতে ১৫ হাজাৰক অস্ত্ৰপ্ৰচাৰ কৰা হৈছে
ৰোগীয়ে ঔষধ নপোৱা বুলি কলে মোৰ বৰ দুখ লাগে
চিকিৎসক সকলে প্ৰথমে বৰ দুখ টো সহ্য কৰিব পৰা হওক
ডক্টৰ চিকিৎসকৰ সংঘাট হব নালাগে
মন্তব্য মন্ত্ৰী হিমন্তৰ
৯২% গৰ্ভৱতী মহিলাক চিকিৎসালযলৈ আনিবলৈ সক্ষম হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.