ETV Bharat / state

অযোধ্যা ভূমি-বিবাদ: কটকটীয়া নিৰাপত্তা ব্যৱস্থা অসমত

author img

By

Published : Nov 9, 2019, 11:12 AM IST

অযোধ্যাৰ ভূমি-বিবাদ গোচৰৰ ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা মহানগৰীত ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাসগৃহত আৰক্ষীৰ অভেদ্য নিৰাপত্তা বেষ্টনী ৷

অযোধ্যা ভূমি-বিবাদ: কটকটীয়া নিৰাপত্তা ব্যৱস্থা অসমত

নিউজ ডেস্ক, 9 নৱেম্বৰ:

  • অযোধ্যাৰ ভূমি-বিবাদ গোচৰৰ ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা মহানগৰীত
  • মহানগৰীৰ গীতানগৰস্থিতিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাসগৃহত আৰক্ষীৰ অভেদ্য নিৰাপত্তা বেষ্টনী
  • মোতায়েন চি আৰ পি এফ, আৰক্ষী বাহিনী
  • ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চল সমূহতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা
  • পুৱা ১০.৩০ বজাৰ পৰা ৰায়দান প্ৰক্ৰিয়া আৰম্ভ
  • ইতিমধ্যে লিখিত ৰায় পাঠদান কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
  • উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে প্ৰদান কৰিব এই ৰায়
  • ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ কৰি সুৰক্ষিত ৰাখিছিল ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.