ETV Bharat / state

ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ

author img

By

Published : Oct 19, 2020, 1:17 PM IST

ATMৰ পৰা ধন উলিয়াবলৈ এতিয়াৰে পৰা পিন্ধিব লগিব ফিংগাৰ ক'ভাৰ। COVID-19ৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা।

ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ
ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ

গুৱাহাটী, ১৯ অক্টোবৰ: কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতত ATM ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলিছে। ATMৰ পৰা ধন উলিয়াবলৈ বাধ্যতামূলক কৰা হ'ব ফিংগাৰ ক'ভাৰ।

এক সমীক্ষাৰ জৰিয়তে বিশেষজ্ঞসকলে ধাৰণা কৰিছে দিছে ATMৰ পৰা ধন উলিয়াওতে সাৱধনতা অৱলম্বন নকৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে। মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে কেইবাখনো দেশে ফিংগাৰ ক'ভাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে।

শীঘ্ৰেই ভাৰততো এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব। ATMৰ কী পেড ব্যৱহাৰ কৰোঁতে ফিংগাৰ ক'ভাৰ পিন্ধিব লাগিব আৰু এবাৰ ব্যৱহাৰ কৰা ফিংগাৰ ক'ভাৰ দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়ক:নলবাৰীত সংৰক্ষিত বনাঞ্চলত ধ্বংস যজ্ঞ স্থানীয় বিধায়কৰ ঘনিষ্ঠৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.