ETV Bharat / state

"অসম যোগ কুমাৰী" জেনিফাই অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত

যোগাসনত অসম কন্যাৰ সফলতা ৷ আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতালৈ আমন্ত্ৰিত 'অসম যোগ কুমাৰী'।

author img

By

Published : Sep 11, 2019, 9:43 PM IST

" অসম যোগ কুমাৰী " জেনিফাই অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত

কামৰূপ,11 চেপ্তেম্বৰঃ যোগাসনত অসম কন্যাৰ সফলতা ৷ আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতালৈ আমন্ত্ৰিত 'অসম যোগ কুমাৰী '। গুৱাহাটীৰ চাংসাৰীৰ দহ বছৰীয়া কণমাণি তথা 'অসম যোগ কুমাৰী' হিচাপে পৰিচিত জেনিফা আফৰিন আহমেদে হাৰিয়ানাত অনুষ্ঠিত হ'ব লগা আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷ প্ৰতিযোগিতা খনিৰ বাবে এতিয়া কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে কণমাণি গৰাকী ৷ ইয়াৰ মাজতে বুধবাৰে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই জেনিফাক সম্বৰ্ধনা জনোৱাৰ লগতে সফলতা কামনা কৰে ৷

Intro:*Slug- Yoga Kumri janifa afrin Ahmed .*
----------------------------------

👉🏾যোগাসনত অসম কন্যাৰ সফলতা ।

👉🏾আন্তৰ্জাতিক যোগসনলৈ আমন্ত্ৰিত 'অসম যোগ কুমাৰী 'জেনিফা আফৰিন আহমেদ ।

👉🏾কঠোৰ অনুশীলনত ব্যস্ত ১০ বছৰীয়া জেনিফা ।

👉🏾সোণৰ পদকেই যাৰ শেষ লক্ষ্য ।

👉🏾ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উস্ম আদৰণি ।

Body:Anchor -বয়সৰে মাত্ৰ ১০ বছৰীয়া এটি কণমানি কন্যা শিশু । যোগাসনৰ ক্ষেত্ৰত এই কণমানিয়ে ইতিমধ্যে যথেষ্ট সুখ্যাতি অৰ্জন কৰি লাভ কৰিছে একাধিক
সন্মান Conclusion:অসম যোগ কুমাৰী '-হিচাপেও সন্মানিত এইগৰাকী কণমানি শেহতীয়াকৈ হাৰিয়ানাত অনুষ্ঠিত হ'ৱলগীয়া আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।আন্তৰ্জাতিক পৰ্যায়ত সোণৰ পদক আজুৰি অনাৰ বাবে সম্প্ৰতি কঠোৰ অনুশীলনত ব্যস্ত জেনিফা আফৰিন আহমেদ নামৰ এই কণমানি কন্যা শিশুটি ।তাৰমাজতে বি জে পিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই সম্বৰ্ধনা জনাই উজ্বল ভৱিষ্যত কামনা কৰিলে প্ৰতিভাবান শিশুটিৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.