ETV Bharat / state

ছাত্ৰী নিৰ্যাতনৰ ঘটনাঃ ক্লুৰ অভাৱত তদন্তত বাধা - ছাত্ৰী

গুৱাহাটীৰ বিশ্ববিদ্যালয় চৌহদত সংঘটিত ছাত্ৰী নিৰ্যাতনৰ ঘটনাক লৈ আৰক্ষী বিপাঙত পৰিছে । উপযুক্ত সাক্ষীৰ অভাৱত তদন্ত প্ৰক্ৰিয়াত বাধা আহি পৰিছে । কিন্তু উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তত বাধাঃ আৰক্ষী আয়ুক্ত
author img

By

Published : Jun 18, 2019, 6:05 PM IST

গুৱাহাটী, ১৮জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য । পৰ্যাপ্ত ক্লুৰ অভাৱত বাধাৰ সন্মুখীন হৈছে আৰক্ষী ।

গুৱাহাটী বিশ্ববিদ্যালয় আৰু লংকেশ্বৰত সংঘটিত জঘন্য ঘটনা সন্দৰ্ভত মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ । পৰ্যাপ্ত ক্লুৰ অভাৱত বাধা আহি পৰিছে তদন্ত প্ৰক্ৰিয়াত । ভুক্তভোগীয়ে ঘটনাৰ বিশেষ বিৱৰণি আগবঢ়াব পৰা নাই আৰক্ষীক। তাৰোপৰি ঘটনা সংঘটিত হোৱা স্থানত চিচি টিভি কেমেৰা নাছিল বাবেও আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই । উল্লেখযোগ্য যে, বিভিন্ন পক্ষৰ লগত আলোচনা কৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে । আনহাতে জালুকবাৰী আদাবাৰী বাছ আস্থানত চলি থকা ছিণ্ডিকেটৰ ক্ষেত্ৰত কঠোৰ হ'ব বুলিও কয় যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ।

গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তত বাধাঃ আৰক্ষী আয়ুক্ত

লগতে আন এটা বাতৰি - অন্ধকাৰ ৰেল, ভয়ত বিতত হ'ল যাত্ৰী

Intro:গুৱাহাটী বিশ্ববিদ্যালয় আৰু লংকেশ্বৰত সংঘটিত জঘন্য ঘটনা সন্দৰ্ভত মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ। পৰ্যাপ্ত ক্লুৰ অভাৱত বাধা আহি পৰিছে তদন্ত প্ৰক্ৰিয়াত। ভূক্তভোগীয়ে ঘটনাৰ বিশেষ বিৱৰণি আগবঢ়াব পৰা নাই আৰক্ষীক। তাৰোপৰি ঘটনা সংঘটিত হোৱা স্থানত চিচি টিভি কেমেৰা নাছিল বাবেও আৰক্ষী পিছপৰি ৰৈছে দুৰ্বৃত্তৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত। ইতিমধ্যেই গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। উল্লেখযোগ্য যে বিভিন্ন পক্ষৰ লগত আলোচনা কৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়। আনহাতে জালুকবাৰী আদাবাৰী বাছ আস্থানত চলি থকা ছিণ্ডিকেটৰ ক্ষেত্ৰত কঠোৰ হ'ব বুলি কয় যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.