ETV Bharat / state

১৫ ফেব্ৰুৱাৰীত বলিউড তাৰকাৰে ভৰিব মহানগৰী - অসম পৰ্যটন উন্নয়ন নিগম

চলিত মাহৰ ২৫ তাৰিখে মহানগৰীৰ হোটেল তাজ ভিভান্তাত টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ মাজত স্বাক্ষৰিত হ'ব বুজাবুজিৰ চুক্তি। য'ত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সেই অনুষ্ঠানতেই ফিল্ম ফেয়াৰৰ স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ৷

১৫ ফেব্ৰুৱাৰীত বলিউড তাৰকাৰে ভৰিব মহানগৰী
author img

By

Published : Nov 22, 2019, 8:51 PM IST

গুৱাহাটী, 22 নৱেম্বৰঃ আগন্তুক ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ। দেশৰ নামি দামী তাৰকাৰে ভৰি পৰিব মহানগৰী। ইতিমধ্যেই এই অনুষ্ঠানৰ বাবে যো-জা আৰম্ভ কৰিছে অসম পৰ্যটন নিগমে। চলিত মাহৰ ২৫ তাৰিখে হোটেল তাজ ভিভান্তাত টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ মাজত স্বাক্ষৰিত হ'ব বুজাবুজিৰ চুক্তি । য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সেই অনুষ্ঠানতেই ফিল্ম ফেয়াৰৰ স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। শুকুৰবাৰে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। বৰুৱাৰ মতে এই ব্যয়বহুল অনুষ্ঠানতে অসম পৰ্যটনত এক নতুন দিগন্তৰ সূচনা কৰিব। ফিল্ম ফেয়াৰৰ জৰিয়তে অসম পৰ্যটনক বিশ্বৰ আগত চিনাকী কৰি দিয়াৰ লক্ষ্য বিভাগটোৰ।

গুৱাহাটী
১৫ ফেব্ৰুৱাৰীত বলিউড তাৰকাৰে ভৰিব মহানগৰী

ইফালে মুম্বাই,মহাৰাষ্ট্ৰত গুটখা নিষিদ্ধ। কিন্তু ফিল্ম ফেয়াৰ কৰ্তৃপক্ষই অধিকাংশ গুটখা কোম্পানীৰ স্পন্সৰৰ দ্বাৰাহে আয়োজন কৰে এই অনুষ্ঠান। মুম্বাইত গুটখা নিষিদ্ধ বাবেই অসমত এই ব্যয়বহুল অনুষ্ঠান আয়োজন কৰা হৈছে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰে।

কিন্তু এই সন্দৰ্ভত অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে,বিজ্ঞাপন অথবা স্পন্সৰশ্বিপ লোৱাৰ কোনো বাধ্য বাধ্যকতা নাথাকিব। ফিল্ম ফেয়াৰ কৰ্তৃপক্ষই নিজ ইচ্ছামতে ল'ব পাৰিব সকলোৰে বিজ্ঞাপন। জয়ন্ত মল্ল বৰুৱাৰ স্পষ্ট মত অসম পৰ্যটনৰ উন্নয়নৰ খাতিৰত লোৱা হৈছে এই সিদ্ধান্ত। আগন্তুক ২৫ নৱেম্বৰত ফিল্ম ফেয়াৰৰ সকলো কথা ৰাইজৰ আগত প্ৰকাশ কৰিব বুলিও কয় অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

আৰু পঢ়কঃ বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক

Intro:অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব ফ্লীম ফেয়াৰ। দেশৰ নামি দামী তাৰকাৰে ভৰি পৰিব মহানগৰী। ইতিমধ্যেই এই অনুষ্ঠানৰ বাবে যোজা আৰম্ভ কৰিছে অসম পৰ্যটন নিগমে। চলিত মাহৰ ২৫ তাৰিখে হোটেল তাজ ভিভান্তাত টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ মাজত স্বাক্ষৰিত হ'ব বুজাবুজিৰ চুক্তি। যত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সেই অনুষ্ঠানতেই ফ্লীম ফেয়াৰৰ স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। শুকুৰবাৰে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। বৰুৱাৰ মতে এই ব্যয়বহুল অনুষ্ঠানতে অসম পৰ্যটনত এক নতুন দিগন্তৰ সুচনা কৰিব। ফ্লীম ফেয়াৰৰ জৰিয়তে অসম পৰ্যটনক বিশ্বৰ আগত চিনাকী কৰি দিয়াৰ লক্ষ্য বিভাগটোৰ। ইফালে মুম্বাই, মহাৰাষ্ট্ৰত গুটখা নিষিদ্ধ। কিন্তু ফ্লীম ফেয়াৰ কৰ্তৃপক্ষই অধিকাংশ গুটকা কোম্পানীৰ স্পঞ্চাৰৰ দ্বাৰায়ে আয়োজন কৰে এই অনুষ্ঠান। মুম্বাইত গুটখা নিষিদ্ধ বাবেই অসমত এই ব্যয়বহুল অনুষ্ঠান আয়োজন কৰা হৈছে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰিছিল।

Body:এই সন্দৰ্ভত অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে বিজ্ঞাপন অথবা স্পঞ্চাৰশ্বীপ লোৱাৰ কোনো বাধ্য বাধ্যকতা নাথাকিব। ফ্লীম ফেয়াৰ কৰ্তৃপক্ষই নিজ ইচ্ছামতে ল'ব পাৰিব সকলোৰে বিজ্ঞাপন। বৰুৱাৰ স্পষ্ট মত অসম পৰ্যটনৰ উন্নয়নৰ খাতিৰত লোৱা হৈছে এই সিদ্ধান্ত। অহা ২৫ নৱেম্বৰত ফ্লীম ফেয়াৰৰ সকলো কথা ৰাইজৰ আগত প্ৰকাশ কৰিব বুলিও কয় অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.