ETV Bharat / state

দুপৰীয়া 1 বজা মুখ্য দহটা খবৰ - Assam Top10 news

চাওঁক দুপৰীয়া 1 বজালৈ মুখ্য দহটা খবৰ

Top10 news
মুখ্য দহটা খবৰ
author img

By

Published : Jul 19, 2020, 1:03 PM IST

দুপৰীয়া 1 বজালৈ মুখ্য দহটা খবৰ-

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে l

গোৰেশ্বৰ আৰক্ষী থানা আৰু শুৱাগপুৰ আৰক্ষী চকীৰ সহায়ত বাক্সা জিলা উপ আৰক্ষী অধীক্ষকে চলাইছিল এই অভিযান ৷

সম্পূৰ্ণ বন কৰ্মীৰ দৰে খাকী পোছাকধাৰী মিনহাজ আহমেদ নামৰ এগৰাকী লোক ৷ খাকী পোছাক পৰিহিত হ'লেও মিনহাজ আহমেদ নহয় কোনো বন বিষয়া ৷ অভিযুক্ত বন বিষয়া বিশ্বজিৎ ৰায়ৰ তৎপৰতাত তেওঁ ৰান্ধনি হিচাপে থকা মিনহাজ ছিণ্ডিকেটৰ দৰদাম আৰু ধন সংগ্ৰহৰ দায়িত্বত আছিল বুলি অভিযোগ উত্থাপন হৈছে ৷

ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ব্যক্তিজনক দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

শেহতীয়াকৈ কপিলী নৈয়ে জিলাখনৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে এইবাৰ হাৰিয়া নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত তেতেলী সৰা আৰু নিজ কামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 50 খন গাঁও ৷

মৰিগাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছে এগৰাকী ব্যক্তিয়ে ৷ এইপৰ্যন্ত মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

অতপালি কৰাৰ অভিযোগত হাইলাকান্দিৰ মনাছৰাস্থিত নৱোদয় কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আটক 4 গৰাকী কংগ্ৰেছ নেতাক ৷

শিৱসাগৰত শনিবাৰে মহামাৰী COVID-19 ত নতুনকৈ আক্ৰান্ত হয় ২৩ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত মুঠ ১৭০ গৰাকীলৈ বৃদ্ধি পায় COVID-19ত আক্ৰান্তৰ সংখ্যা ।

শোণিতপুৰৰ ৰঙাপৰাত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ ৰঙাপৰা শাখাৰ কাৰ্যালয়ত দুদিনৰ ভিতৰত দুবাৰকৈ সংঘটিত হয় চুৰিৰ ঘটনা ৷ বিগত 17 জুলাইত কাৰ্যালয়টোত সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ কিন্তু পুনৰবাৰ শনিবাৰে একেটা কাৰ্যালয়তে চুৰি কাৰ্য সংঘটিত হোৱাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত ৷

কেইদিনমান পূৰ্বে হায়াত হাস্পতালত দুগৰাকী মহিলাই জন্ম দিছিল দুটি পুত্ৰ সন্তান ৷ কিন্তু সন্তান জন্ম দিয়াৰ পূৰ্বে মহিলা দুগৰাকী আক্ৰান্ত হৈছিল কৰ'ণা ভাইৰাছত ৷ এতিয়া হাস্পতালখনত কৰ্মৰত দুগৰাকী নাৰ্চে নৱজাতক দুটিৰ মাকৰ দায়িত্ব পালন কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.