পুৱা 9 বজাৰ মুখ্য় দহটা বাতৰি-
1. বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড:লক্ষাধিক মূল্যৰ সম্পত্তি বিনষ্ট
2. UAEৰ আজমান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
3. বিহাৰৰ খাগৰিয়াত নাও দুৰ্ঘটনা : 10 মৃতদেহ উদ্ধাৰ
বান বিধস্ত বিহাৰত সংঘটিত হৈছে তিনিটাকৈ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত বহু লোকৰ প্ৰাণহানি ৷
4. আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাহুল গান্ধীৰ
5. আহমেদাবাদৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড : 8 ৰোগীৰ মৃত্যু
6. লাডাখত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান বিজেপিৰ
7. আছুৰ ৰাজনৈতিক দল : পূৰণ কৰিব পাৰিবনে খিলঞ্জীয়াৰ আশা
8. মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট অসম তথা উত্তৰ-পূৰ্বাঞ্চল
9. গোৰেশ্বৰত শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ভূমি পূজন মহোৎসৱ
10. কেন্দ্ৰৰ ঘোষণা : সুশান্তৰ মৃত্যু সন্দৰ্ভত হ'ব চি.বি.আই তদন্ত