ETV Bharat / state

ৰাজ্যিক বাজেট2021-22 : LIVE UPDATE - বাজেট

assam state budget2021-22
ৰাজ্যিক বাজেট2021-22
author img

By

Published : Jul 16, 2021, 3:15 PM IST

Updated : Jul 16, 2021, 5:22 PM IST

17:21 July 16

2021-22 বৰ্ষৰ বাজেটত নিধিত মুঠ 107317.58 কোটি টকাৰ ভিতৰত 88979.40 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 183338.14 কোটি টকা মূলধন শিতানত থাকিব ৷

17:21 July 16

পৰৱৰ্তী বিত্তীয় বিভাগত বন বিভাগৰ ৰয়েল্টি Works Departmentৰ লগত যোগাযোগ কৰি তিনিগুণ বৃদ্ধি কৰা হ’ব ৷

17:16 July 16

আবকাৰী ৰাজহ 2031.05 কোটি টকালৈ বৃদ্ধি কৰা হৈছে ৷

17:16 July 16

চাহবাগানসমূহে উৎপাদন কৰা আৰু ক্ৰয় কৰা কেঁচা চাহপাতৰ কৰ পৰিশোধৰ ক্ষেত্ৰত তিনিবছৰৰ বাবে কৰ সকাহৰ ঘোষণা ৷

17:12 July 16

বড়োলেণ্ডত ‘বড়োলেণ্ড কল্যাণ বিভাগ’ নামৰ এটা নতুন বিভাগ গঠন কৰা হৈছে ৷

17:09 July 16

পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ বাবে 766.52 কোটি টকা ধাৰ্য ৷ ইয়াৰ দ্বাৰা কৃতজ্ঞতা নামৰ এটা প’ৰ্টেল ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে ৷

17:09 July 16

জলসম্পদ বিভাগত 893.56 কোটি টকাৰ ধায্য ৷

17:08 July 16

সমাজ কল্যাণ বিভাগত 2011.61 কোটি টকাৰ ধায্য ৷

17:08 July 16

পৰিবহন বিভাগত 488.74 কোটি টকাৰ ধায্য ৷

17:08 July 16

পৰ্যটন বিভাগত 74.24 কোটি টকাৰ ধায্য ৷

17:08 July 16

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত 143.11 কোটি টকাৰ ধায্য ৷

17:08 July 16

লোক নিৰ্মাণ বিভাগৰ বাবে 8583.37 কোটি টকাৰ ধায্য ৷

17:08 July 16

জনস্বাস্থ্য কাৰিকৰী বিভাগত 1204.36 কোটি টকাৰ ধায্য ৷

17:08 July 16

পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ বাবে 8023.69 কোটি টকা ধাৰ্য কৰা হৈছে ৷ ইয়াৰ ভিতৰত স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি, এম জি এনৰেগা, কলনকলতা মহিলা সৱলীকৰণ আঁচনি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনি, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা আদিক অন্তৰ্ভুক্ত কৰা হৈছে ৷

17:08 July 16

চিলিংমুক্ত হ’ব বিজ্ঞাপন বিভাগ ৷

17:08 July 16

গৃহ বিভাগত 5659.74 টকা ব্যয় কৰা হ’ব ৷

16:56 July 16

হস্ততাঁত বিভাগত 377.18 কোটি টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 7435 কোটি টকা ব্যয় কৰা হ’ব ৷

16:54 July 16

শিক্ষা বিভাগত প্ৰাথমিক শিক্ষা বিভাগৰ বাবে 9379.54 কোটি টকা, উচ্চ শিক্ষা বিভাগত 2612.80, মাধ্যমিক শিক্ষা বিভাগত 5131,51 কোটি, কাৰিকৰী শিক্ষা বিভাগত 410.17 কোটি টকা ব্যয় কৰা হ’ব ৷

16:54 July 16

সমবায় বিভাগৰ 158.19 কোটি টকা ধায্য ৷

16:54 July 16

অসম চুক্তি ৰূপায়ণ বিভাগৰ বাবে 2.67 কোটি টকা ধায্য ৷

16:54 July 16

NDFBৰ সদস্যসকলক পুনৰ সংস্থাপন দিয়া হ’ব ৷

16:50 July 16

গোৱালপাৰা সৈনিক স্কুল কাৰ্যক্ষমৰ বাবে ৰাজ্য চৰকাৰে খৰচ বহন কৰিব ৷ ৰাজ্যত বহুকেইখন সৈনিক স্কুল স্থাপন কৰা হ’ব ৷

16:48 July 16

এপ’লো সেৱা পুনৰুজ্জীৱিতকৰণ কৰাৰ বাবে 12 কোটি কৰা ধায্য কৰা হৈছে ৷

16:45 July 16

গুৱাহাটী মহানগৰীৰ পাহাৰ বে-দখলমুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ ৷

16:40 July 16

গোৱালপাৰাত অজগৰ অৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ’ব ৷

16:32 July 16

নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷

16:31 July 16

কাৰ্বি আংলঙত স্থাপন হ’ব এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয় ৷

16:31 July 16

তামুলপুৰক নতুন জিলা হিচাপে স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৷

16:30 July 16

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ ৰূপায়ণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷

16:30 July 16

4 টা নতুন আৰক্ষী বেটেলিয়ন আৰু ফৰেনচিক গৱেষণাগাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷

16:28 July 16

5 খন নতুন চিকিৎসা মহাবিদ্যালয় গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷ 5 খন নতুন চিকিৎসা মহাবিদ্যালয় গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷ এই চিকিৎসা মহাবিদ্যালয় কেইখনৰ বাবে 16 কোটি টকা আবণ্টন কৰা হৈছে ৷

16:26 July 16

1000 কোটি টকা ব্যয় নিৰ্ধাৰণৰে 1000 কিলোমিটাৰ মথাউৰি শক্তিশালী কৰাৰ লক্ষ্য ৷

16:23 July 16

1000 টা উপ স্বাস্থ্য কেন্দ্ৰক স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷

16:22 July 16

805 খন চাহ বাগিচাত টেপযোগে পানী যোগানৰ সিদ্ধান্ত গ্ৰহণ ৷ চাহ বাগিচাৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ৷

16:17 July 16

‘অসম মালা’ৰ অধীনত 262 কিল’মিটাৰ সামৰি 13 টা নতুন পথ নিৰ্মাণ হ’ব ৷

16:15 July 16

এখন কৃষি আয়োগ গঠনৰ প্ৰস্তাৱ ৷ এই আয়োগে কৃষি, পশুপালন, দুগ্ধপালনৰ ক্ষেত্ৰত অসমে যাতে আত্মনিৰ্ভৰশীল হ’ব বাৰে তাৰ বাবে আলোচনা কৰিব ৷ 1 লাখ 35 হাজাৰ কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷ ফচল বীমা যোজনাৰ বাবে 400 কোটি টকা ধায্য ৷

16:11 July 16

অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনিত বিনামূলীয়া চাউল দিয়াৰ সিদ্ধান্ত ৷ দৰিদ্ৰ নিশ্চিত আঁচনি ৰূপায়ণ ৷ 2013 চনৰ পাচৰ পৰা আঁচনিৰ পৰা বাদ পৰি যোৱা লোকসকলক বিনামূলীয়া ৰন্ধন সামগ্ৰী যোগানৰ সিদ্ধান্ত গ্ৰহণ ৷ অন্ন যোজনা আঁচনিৰ বাবে 3.90 কোটি টকা ধায্য ৷

16:06 July 16

ৰাজ্যৰ শিপিনীসকলক হস্ততাঁত প্ৰশিক্ষণ দিয়া হ’ব ৷ 4-5 টা মানসম্পন্ন মাহৰ ভিতৰত প্ৰশিক্ষণ দিয়া হ’ব ৷ এই প্ৰশিক্ষণত 1.23 লাখ শিপিনীক সামৰি লোৱা হ’ব ৷

16:02 July 16

অৰুণোদয় আঁচনিৰ বাবে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷ অৰুণোদয় পৰিয়ালৰ বাবে মাহিলী সাহায্য 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি৷ লগতে এই আঁচনিত 6 লাখ 6 হাজাৰ নতুন হিতাধীকাৰি অন্তৰ্ভুক্ত ৷

15:53 July 16

মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় সমিতি গঠন কৰা হৈছে ৷ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে 12 হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব ৷ ঋণ ৰেহাইৰ বাবে 7,500 কোটি টকা ধাৰ্য ৷

15:45 July 16

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 38 টকা বৃদ্ধি কৰা হৈছে ৷

15:40 July 16

অসমত অপৰাধীৰ বাবে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰ’ গঠনৰ বাবে পদক্ষেপ গ্ৰহণ চৰকাৰৰ ৷

15:37 July 16

ৰাজ্যত 1 লাখ নিৱনুৱাক কৰ্ম সংস্থাপন দিয়া হ’ব ৷

15:34 July 16

নুমলীগড় তেল শোধানাগৰত চৰকাৰৰ অংশ 26 শতাংশলৈ বৃদ্ধি কৰা হৈছে ৷

15:26 July 16

এতিয়াৰে পৰা প্ৰতিমাহৰ 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ প্ৰাপ্য ধন নিজ বেংক একাউণ্টত লাভ কৰিব ৷

15:03 July 16

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ ৷

12 জুলাইৰ পৰা পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) 12 জুলাইৰ পৰা আৰম্ভ হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগ (Ajanta Neog)এ ৷ 

বাজেট অধিৱেশনৰ আৰম্ভণিতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷

Last Updated : Jul 16, 2021, 5:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.