ETV Bharat / state

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ফিগ' আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো । গুৱাহাটী অভিমুখী এ এছ ১২ ডব্লিউ ৪০৭৭ নম্বৰৰ ফিগ' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাটো ।

author img

By

Published : Jun 30, 2019, 7:33 PM IST

ক্ষেত্ৰীত পথ দুৰ্ঘটনা, গুৰুতৰ আহত ১



গুৱাহাটী, ৩০ জুনঃ

  • ক্ষেত্ৰীত পথ দুৰ্ঘটনা
    ক্ষেত্ৰীত পথ দুৰ্ঘটনা, গুৰুতৰ আহত ১
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
  • আহত লোকজনৰ নাম পৰিমল বৰ্মন বুলি চিনাক্ত
  • AS12 W4077 নম্বৰৰ ফিগ' বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাটো
  • আহত লোকজনক ক্ষেত্ৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

লগতে আন এটা বাতৰি - খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত



গুৱাহাটী, ৩০ জুনঃ

  • ক্ষেত্ৰীত পথ দুৰ্ঘটনা
    ক্ষেত্ৰীত পথ দুৰ্ঘটনা, গুৰুতৰ আহত ১
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
  • আহত লোকজনৰ নাম পৰিমল বৰ্মন বুলি চিনাক্ত
  • AS12 W4077 নম্বৰৰ ফিগ' বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাটো
  • আহত লোকজনক ক্ষেত্ৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

লগতে আন এটা বাতৰি - খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

Intro:ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । Body:এখন ফিগ আৰু বাইকৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ক্ষেত্ৰীৰ উলনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এ এছ ১২ ডব্লিউ ৪০৭৭ নম্বৰৰ ফিগ বাহনখনে পথৰ মাজৰ ডিভাইদেৰত খুন্দা মাৰি ঘাইপথ পাৰ হয় আহি গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী এ এছ ০১ এ জে ৪৩৬৯ নম্বৰৰ বাইকত খুন্দা মাৰে ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । ভয়ংকৰ পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আছাম টকছ টিভি চেনেলৰ এম চি আৰ পাৰ্ছন পূৱ মালয়বাৰীৰ পৰিমল বৰ্মন । গুৰুতৰভাৱে আহত পৰিমল বৰ্মনক হস্পিতালত ভৰ্তি কৰোৱা হয় ।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.