ETV Bharat / state

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন, আহত 25

খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত হয় 25 জন লোক, নিহত 2

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন, আহত 25
author img

By

Published : Aug 5, 2019, 7:37 AM IST

Updated : Aug 5, 2019, 10:28 AM IST

  • খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত 25 জন আহত, নিহত 2 জন
  • NRC ৰ শুনানিৰ বাবে গোলাঘাটলৈ গৈ আছিল 52 জন যাত্ৰী থকা বাছখন
  • আলকাতৰা ভৰ্তি ডাম্পাৰ এখন বাছৰ ওপৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
  • ডাম্পৰ খনৰ নম্বৰ হৈছে AS 14C 0598 আৰু বাছ খনৰ নম্বৰ হৈছে AS 01FC 3242
  • আহত সকলক গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
  • সোণতলীৰ পৰা গোলাঘাটলৈ গৈ আছিল যাত্ৰীকেইজন

NRC শুনানি প্ৰক্ৰিয়ালৈ যাওতে খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত 25 জন
  • খানাপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত 25 জন আহত, নিহত 2 জন
  • NRC ৰ শুনানিৰ বাবে গোলাঘাটলৈ গৈ আছিল 52 জন যাত্ৰী থকা বাছখন
  • আলকাতৰা ভৰ্তি ডাম্পাৰ এখন বাছৰ ওপৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
  • ডাম্পৰ খনৰ নম্বৰ হৈছে AS 14C 0598 আৰু বাছ খনৰ নম্বৰ হৈছে AS 01FC 3242
  • আহত সকলক গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
  • সোণতলীৰ পৰা গোলাঘাটলৈ গৈ আছিল যাত্ৰীকেইজন
Intro:খানাপাৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছৰ ওপৰত পৰিৰ অলকাতৰা মিশ্ৰিত শিলভৰ্তি ডাম্পৰ ২৫ জন অহাত


Body:ৰাবিবাৰ মাজ নিশা খানাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এন আৰ চিৰ শুনানিলৈ সোণতলী পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত খানাপাৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ২৩ জনৰে অধিক লোক অহাত হৈছে দুজনৰ অৱস্থা সংকট জনক। যোৰাবাটৰ পৰা AS 14 C 0598 নম্বৰৰ অলকাতৰা মিশ্ৰিত শিলভৰ্তি ডাম্পৰ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত AS 01 FC 3242 নম্বৰৰ বাছৰ ওপৰত ভগৰি পৰে ডাম্পৰখন। এই দুৰ্ঘটনাত AS 01 B 6665 নম্বৰৰ দুজন বাইক আৰোহী গুৰুতৰআঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ খবৰ দিয়াৰ পাছত বহু পলম কৈ উপস্থিত হল আৰক্ষী অগ্নি নিৰ্বাপাক বাহিনীৰ দল আৰু এম্বুলেছ। ৰ্ঘটনাত অহাত শিশু মহিলা সহ সকলোকে স্থানীয় লোকে আৰু আন আন বাহনৰ লোক সকলে বাক্তিগত বাহনৰ জৰিয়তে গুৱাহাটীৰ মেডিকেল কলেজলৈ পঠালে

Byte
PTC Assames and Hindi


Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Aug 5, 2019, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.