ETV Bharat / state

2014 চনৰ তুলনাত 7% বৃদ্ধি পাইছে কংগ্ৰেছৰ ভোটঃ ৰিপুন বৰাৰ আত্মসন্তষ্টি !

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মেলত লোক সভাৰ নিৰ্বাচনৰ ফলাফলত নিৰাশ নহ'বলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত শক্তিশালী ৰূপত আগবাঢ়িবলৈ আহ্বান দলীয় নেতা-কৰ্মী সকলক ।

author img

By

Published : May 24, 2019, 7:31 PM IST

ফলাফলকলৈ অসন্তুষ্টঃ ৰিপুণ বৰা

গুৱাহাটী, ২৪ মেঃ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ অসন্তুষ্ট কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল যোগে মন্তব্য ৰিপুণ বৰাৰ ।

ফলাফলকলৈ অসন্তুষ্টঃ ৰিপুণ বৰা

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কয় গণতন্ত্ৰ ৰাইজৰ ৰায় আমি মানি লৈছোঁ যদিও নিৰ্বাচনৰ স্বচ্ছ আৰু নিকা ফলাফলকলৈ কংগ্ৰেছ দলৰ সন্দেহ আছে। বৰাই কংগ্ৰেছ কর্মী সকলক নিৰ্বাচনত তেওঁলোৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কর্মী সকলক নিৰাশ নহ'বলৈ আহ্বান জনায়। এই ফলাফল আমাৰ প্ৰত্যাশিত নাছিল যদিও আমি ২০ বছৰৰ পিছত নগাঁও আসন দখল কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে বৰাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ লোকসভা নিৰ্বাচনত নপৰিল যদিও আমাৰ স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থাকিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৰিপুন বৰাই ।

লগতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ অসমত কংগ্ৰেছ দলৰ ভোট ৭% বৃদ্ধি পাইছে বুলিও মন্তব্য ৰিপুন বৰাৰ । দেশজুৰি কংগ্ৰেছ দলৰ চৰম বিপৰ্যায় হৈছে যদিও অসমত কংগ্ৰেছ দলে নিজৰ তিনিটা আসন অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে বুলিও সংবাদ মেলত মন্তব্য কৰে বৰাই ।

লগতে আন এটা বাতৰি- "জনতাই জনাৰ্দন" : আব্দুল খালেক

Intro:লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় স্বকীয় কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিৰ্বাচনৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰিছে।

Body:লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে কংগ্ৰেছ দলৰ ফলাফল শোচনীয় হৈছে যদিও কংগ্ৰেছ দলে অসমত পূৰ্বৰ ৩টা আসন ধৰি ৰাখিবলৈ সফল হৈছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কয় গণতন্ত্ৰ ৰাইজৰ ৰায় আমি মানি লৈছোঁ যদিও নিৰ্বাচনৰ স্বচ্ছ আৰু নিকা ফলাফলকলৈ কংগ্ৰেছ দলৰ সন্দেহ আছে। বৰাই কংগ্ৰেছ কর্মী সকলক নিৰ্বাচনত তেওঁলোৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কর্মী সকলক নিৰাশ নহ'বলৈ আহ্বান জনায়। এই ফলাফল আমাৰ প্ৰত্যাশিত নাছিল যদিও আমি ২০ বছৰ পিছত নগাঁও আসন দখল কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে বৰাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ লোকসভা নিৰ্বাচনত নপৰিল যদিও আমাৰ স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থাকিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৰিপুন বৰাই।

বাইট : ৰিপুন বৰা

Conclusion:২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ অসমত কংগ্ৰেছ দলৰ ভোট ৭% বৃদ্ধি পাইছে বুলিও জানিবলৈ দিয়ে ৰিপুন বৰাই। দেশজুৰি কংগ্ৰেছ দলৰ চৰম বিপৰ্যায় হৈছে যদিও অসমত কংগ্ৰেছ দলে নিজৰ তিনিটা আসন অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.