ETV Bharat / state

ৱাশ্বিংটন পোষ্ট স্থান লাভ কৰা বিশেষ ছবিখন - ৱাছিংটন পোষ্ট স্থান লাভ কৰা বিশেষ ছবিখন

জ্যেষ্ঠ সাংবাদিক অনুপম নাথৰ কেমেৰাৰ লেঞ্চত বন্দী এখন বিশেষ ছবিয়ে শেহতীয়াকৈ স্থান লাভ কৰিছে ৱাশ্বিংটন পোষ্টত ৷ মহানগৰীৰ ভূতনাথ শ্মশানত আত্মীয়ক হেৰুৱাই কান্দোনত ভাগি পৰা দুজন লোকৰ এই আলোক চিত্ৰখনে যোৱা 10 আগষ্টত ৱাশ্বিংটন পোষ্টত স্থান লাভ কৰে ৷

Assam photo journalist Anupam Nath's photo got published in Washington Post
ৱাশ্বিংটন পোষ্ট স্থান লাভ কৰা বিশেষ ছবিখন
author img

By

Published : Sep 16, 2020, 10:36 PM IST

গুৱাহাটী, 16 ছেপ্তেম্বৰঃ এখন বিশেষ ফটো ৷ যিখন ফটোৱে উদঙাই দিছে অসমৰ কৰ’ণা ভয়াৱহতাৰ কথা ৷ মহমাৰী কৰ’ণাই প্ৰাণ কাঢ়ি নিয়া ৰোগীৰ চিতাৰ কাষত পিপিই কীট পৰিধান কৰি আত্মীয় এজনে সিজনক আলিংগণ কৰি ক্ৰন্দনৰত এক মুহুৰ্ত ধৰি ৰখা হৈছে ছবিখনত ৷ জ্যেষ্ঠ সাংবাদিক অনুপম নাথৰ কেমেৰাৰ লেঞ্চত বন্দী এই বিশেষ ফটোখনে স্থান পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ নিয়মীয়া সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টত ৷

ৱাশ্বিংটন পোষ্ট স্থান লাভ কৰা বিশেষ ছবিখন

ক’ভিডৰ ভয়াৱহতাৰ বিষয়ে আলোকচিত্ৰৰ জৰিয়তে সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি সজাগ আৰু সচেতন কৰোৱাৰ চেষ্টা চলাই আহিছে ফটো সাংবাদিক অনুপম নাথে ৷ মহানগৰীৰ ভূতনাথ শ্মশানত আত্মীয়ক হেৰুৱাই কান্দোনত ভাগি পৰা দুজন লোকৰ এই আলোকচিত্ৰখনে যোৱা 10 আগষ্টত ৱাশ্বিংটন পোষ্টত স্থান লাভ কৰে ৷

লগতে পঢ়ক-কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত সম-অধিকাৰৰ দাবীত কলিতা ছাত্ৰ সন্থাৰ ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.