ETV Bharat / state

Covid-19 at School : ৬ দিনৰ বাবে বন্ধ থাকিব অসম জাতীয় বিদ্যালয়

author img

By

Published : Nov 28, 2021, 10:22 PM IST

ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অসম জাতীয় বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে(Assam Jatiya Vidyalay Closed) ৷ মুঠ ৬ দিনৰ বাবে বন্ধ থাকিব অসম জাতীয় বিদ্যালয়ৰ পাঠদানৰ লগতে অন্যান্য শৈক্ষিক কাম-কাজ ৷

Assam Jatiya Bidyalay Closed
৬ দিনৰ বাবে বন্ধ থাকিব অসম জাতীয় বিদ্যালয়

গুৱাহাটী, ২৮ নৱেম্বৰ : ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ খুলিবলৈ আৰম্ভ কৰাৰ সময়তে মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক'ভিড-১৯(covid-19)ত । যাৰ বাবে ২৯ নৱেম্বৰ ৰ পৰা ৪ ডিচেম্বৰলৈ ৬ দিনৰ বাবে বিদ্যালয়খন বন্ধ ৰাখিবলৈ বাধ্য হয় বিদ্যালয় কৰ্তৃপক্ষই (Assam Jatiya Vidyalay Closed for 6 Days) ।

দেওবাৰে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে প্ৰেছ বিবৃতিৰ যোগে (Assam Jatiya Vidyalay pricipal pressmeet) ক'ভিড সংক্ৰমণৰ ৰোধ(Preventing covid 19 infection) বাবে বিদ্যালয়খন বন্ধ কৰাৰ কৰাৰ কথা ঘোষণা কৰে । মন কৰিবলগীয়া যে, অসম জাতীয় বিদ্যালয়ত যোৱা ২৬ নৱেম্বৰ আৰু ২৭ নৱেম্বৰ তাৰিখে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী আৰু কিছুসংখ্যক শিক্ষাৰ্থীক ক'ভিড পৰীক্ষা(RTPCR in Assam Jatiya Vidyalay) কৰোৱা হৈছিল ।

দেওবাৰে পোৱা RTPCR পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়ৰ দুগৰাকী শিক্ষকৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় । বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই ৬ দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: Border dispute : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.