ETV Bharat / state

অসম জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100 শতাংশ - বিজ্ঞান শাখাত লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 231 গৰাকী

গুৱাহাটী মহানগৰীস্থিত অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান শাখাৰ 39 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰি উৰ্ত্তীণ হৈছে । কলা শাখাত 54 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 54 গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে । বিদ্য়ালয়খনৰ এইবৰ্ষৰ উত্তীৰ্ণৰ হাৰ 100 শতাংশ ৷

assam jatiya bidyalaya with 100% pass rate etv bharat assam
100 শতাংশ উত্তীৰ্ণৰ হাৰেৰে অসম জাতীয় বিদ্যালয়
author img

By

Published : Jul 31, 2021, 4:48 PM IST

গুৱাহাটী, 31 জুলাই : হাইস্কল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত বিশেষভাৱে সকলোৰে দৃষ্টি থাকে গুৱাহাটীৰ নুনমাটিস্থিত জাতীয় বিদ্যালয়ত । প্ৰত্যেক বছৰেই বিদ্যালয়খনে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ'ল আৰু বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হয় । শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ নপতা পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে ।

শনিবাৰে ফলাফল অনুসৰি বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ 39 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰি উৰ্ত্তীণ হৈছে । ইয়াৰে 23 গৰাকীয়ে 90 শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে । ইংৰাজী বিষয়ত 39 গৰাকীৰ ভিতৰত 38 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে অসমীয়াত 32 গৰাকীৰ ভিতৰত 32 গৰাকীয়ে , বিকল্প ইংৰাজীত 7 গৰাকীৰ ভিতৰত 7 গৰাকীয়ে, পৰ্দাথ বিজ্ঞানত 39 গৰাকীৰ ভিতৰত 39 গৰাকীয়ে, গণিতত 39 গৰাকীৰ ভিতৰত 39 গৰাকীয়ে, জীৱ বিজ্ঞানত 25 গৰাকীৰ ভিতৰত 25 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে । ইফালে পৰিসংখ্যাত 4 গৰাকীৰ ভিতৰত 2 গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত 11 গৰাকীৰ ভিতৰত 10 গৰাকীৰ সৈতে বিজ্ঞান শাখাত লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 231 গৰাকী ।

আনহাতে, কলা শাখাত ৫৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ।

ইয়াৰে 54 গৰাকীৰ ভিতৰত 45 গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে । অসমীয়াত 50 গৰাকীৰ ভিতৰত 47 গৰাকীয়ে, বিকল্প ইংৰাজী 4 গৰাকীৰ ভিতৰত 3 গৰাকীয়ে, অৰ্থনীতিত 46 গৰাকীৰ ভিতৰত 42 গৰাকীয়ে, শিক্ষাত 52 গৰাকীৰ ভিতৰত 44 গৰাকীয়ে, ৰাজনীতি বিজ্ঞানত 52 গৰাকীৰ ভিতৰত 47 গৰাকীয়ে, তৰ্ক আৰু দৰ্শন শাস্ত্ৰত 52 গৰাকীৰ ভিতৰত 51 গৰাকীয়ে, ইতিহাসত 8 গৰাকীৰ ভিতৰত 6 গৰাকীয়ে, পৰিসংখ্যাত 2 গৰাকীয়ে, গণিতত 2 গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত 2 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে । কলা শাখাত মুঠ লেটাৰৰ সংখ্যা হৈছে 291 গৰাকী ।

লগতে পঢ়ক: ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.