ETV Bharat / state

বৰ্তমানো অব্যাহত শৰাইঘাট দলঙৰ যানজঁটৰ সমস্যা - যানজঁটৰ সমস্যা

শৰাইঘাটৰ নতুন দলঙৰ তীব্ৰ যানজঁটৰ সমস্যা । এফালে প্ৰখৰ ৰদ আৰু আনফালে অভাৱনীয় যানজঁট । পুৱাৰে পৰা যানজঁটে জলাকলা খুৱাইছে সাধাৰণ জনতাক

বৰ্তমানো অব্যাহত শৰাইঘাট দলঙৰ যানজঁটৰ সমস্যা
author img

By

Published : Apr 25, 2019, 7:04 PM IST

গুৱাহাটী, 25 এপ্ৰিলঃ বৰ্তমানো সমাধান হোৱা নাই শৰাইঘাটৰ নতুন দলঙৰ তীব্ৰ যানজঁটৰ সমস্যা । এফালে প্ৰখৰ ৰদ আৰু আনফালে অভাৱনীয় যানজঁট । পুৱাৰে পৰা যানজঁটে জলাকলা খুৱাইছে সাধাৰণ জনতাক । বৃহস্পতিবাৰে যানজঁটৰ বুজ ল'বলৈ দলঙত উপস্থিত হয় কেইবাজনো শীৰ্ষ যানবাহন আৰক্ষী বিষয়া।

পঢ়ক যোৰহাটত ব্যৰ্থ ট্ৰেফিক পুলিচ!!

পুৰণি দলঙৰ মেৰামতিৰ কামৰ বাবে শৰাইঘাটৰ নতুন দলঙেৰে চলি আছে যাতায়ত । যাৰ বাবে সঘনাই সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ । উল্লেখ্য যে চালকক দলঙত অভাৰটেক আৰু ফোনত কথা নাপাতিবলৈ আহ্বান জনাই যানবাহন আৰক্ষীয়ে। ইয়াৰোপৰি অতি শীঘ্ৰে এই সমস্যা সমাধান হ'ব বুলি আশ্বাস জনাই ৷

Intro:

আজিও মহানগৰীৰ শৰাইঘাটৰ নতুন দলঙত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। এফালে প্ৰখৰ ৰদ আৰু আন ফালে অভাৱনীয় যানজঁট। পুৱাৰে পৰা এই যানজঁটে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বৃহস্পতিবাৰে যানজঁটৰ বুজ ল'বলৈ উপস্থিত কেইবাজনো শীৰ্ষ যানবাহন আৰক্ষী বিষয়া। পুৰণি দলঙৰ মেৰামতিৰ কামৰ বাবে শৰাইঘাটৰ নতুন দলঙেৰে চলি আছে যাতায়ত। যাৰ বাবে সঘনাই সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ। তাৰোপৰি বাহনৰ হঠাৎ বেয়া হৈ পৰাৰ ফলতো যানজঁটৰ সৃষ্টি হয়। ইফালে চালক অভাৰটেক, গাড়ী চলোৱা সময়ত ফোনত কথা নাপাতিবলৈ আহ্বান জনাই যানবাহন আৰক্ষীয়ে। Body:এনেবোৰ কাৰণতে যানজঁট হোৱা পৰিলক্ষিত হয়।Conclusion:Hirul Haque /Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.