ETV Bharat / state

শৰাইঘাট দলঙৰ তলত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Mar 20, 2020, 9:10 PM IST

শৰাইঘাট দলঙৰ তলত অগ্নিকাণ্ড ৷ ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা শৰাইঘাট দলংৰে যাতায়ত কৰা বাহন আৰু যাত্ৰী ৷

শৰাইঘাট
শৰাইঘাট দলংৰ তলত ভয়াৱহ অগ্নিকাণ্ড

গুৱাহাটী, 20 মাৰ্চঃ আমিনগাঁও শৰাইঘাট দলঙৰ তলত ভয়াৱহ অগ্নিকাণ্ড । ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা শৰাইঘাট দলঙৰে যাতায়ত কৰা বাহন আৰু যাত্ৰী । নতুন শৰাইঘাট দলঙৰ তলৰ পৰাই সূত্ৰপাত হৈছিল জুইৰ । দলঙৰ তলত দম খাই থকা প্লাষ্টিক আৰু ঘাহনিত অগ্নিসংযোগৰ পিছতে জুইৰ লেনিহান শিখাই চানি ধৰে সমগ্ৰ অঞ্চল ।

শৰাইঘাট দলংৰ তলত ভয়াৱহ অগ্নিকাণ্ড

শৰাইঘাট দলঙৰে প্ৰায় ডেৰ ঘন্টা সময় ধৰি যান-বাহন চলাচল ব্যাহত। যান-বাহন আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই ।

আৰু পঢ়কঃ দেশত 'সম্পূৰ্ণ বন্ধ'ৰ বাতৰিটো ভুৱা স্বীকাৰ কৰে পি.আই.বিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.