ETV Bharat / state

অচিৰেই মাৰোৱাৰী মেটাৰনিটিত শিশুসকলৰ বাবে উপলব্ধ হ'ব বহিঃ বিভাগৰ সেৱা

প্ৰতিমাহে কম খৰচত শিশুসকলৰ বাবে মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত সেৱা আগবঢ়াব বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডা৹ প্ৰশান্ত বাচানে

অচিৰেই মাৰোৱাৰী মেটাৰনিটিত শিশুসকলৰ বাবে উপলব্ধ হ'ব বহি: বিভাগৰ সেৱা
author img

By

Published : Apr 27, 2019, 2:06 AM IST

গুৱাহাটী, 26 এপ্ৰিলঃ অচিৰেই মহানগৰীৰ আঠগাঁৱস্থিত মাৰোৱাৰী মেটাৰনিটি হাস্পতালত শিশুসকলৰ বাবে বহি: বিভাগৰ সেৱা উপলব্ধ হ'ব ৷ শুকুৰবাৰে সংবাদমেল যোগে এই কথা অৱগত কৰে হাস্পতালখনৰ শিশুৰোগ বিশেষজ্ঞ ডা৹ প্ৰশান্ত বাচানে ৷ হায়দাৰাবাদৰ এখন আগশাৰীৰ হাস্পতালত শিশুৰ চিকিৎসা সেৱা আগবঢ়াই থকা ডা৹ বাচানে বহু জটিল ৰোগৰ অস্ত্ৰোপ্ৰচাৰ সফলভাৱে সম্পন্ন কৰিছে ৷ প্ৰতিমাহে কম খৰচত শিশুসকলৰ বাবে মহানগৰীৰ এই হাস্পতাল খনত সেৱা আগবঢ়াব চিকিৎসক গৰাকীয়ে ৷ শিশুসকলে বিভিন্ন ৰোগত ভোগা দেখা যায় যদিও সঠিক সময়ত উপযুক্ত চিকিৎসাৰ জৰিয়তে কেনেদৰে সুস্থ কৰি তুলিব পাৰি সেই বিষয়ে গুৰুত্ব দিব ৷

অচিৰেই মহানগৰীৰ আঠগাঁৱস্থিত মাৰোৱাৰী মেটাৰনিটি হাস্পতালত শিশুসকলৰ বাবে বহি: বিভাগৰ সেৱা উপলব্ধ হ'ব ৷ শুকুৰবাৰে সংবাদমেল যোদে এই কথা অৱগত কৰে হাস্পতালখনৰ শিশুৰোগ বিশেষজ্ঞ ডা৹ প্ৰশান্ত বাচানে ৷ হায়দাৰাবাদৰ এখন আগশাৰীৰ হাস্পতালত শিশুৰ  চিকিৎসা সেৱা আগবঢ়াই থকা ডা৹ বাচানে বহু জটিল ৰোগৰ অস্ত্ৰোপ্ৰচাৰ সফল ভাৱে সম্পন্ন কৰিছে ৷ প্ৰতিমাহে কম খৰচত শিশুসকলৰ বাবে  মহানগৰীৰ এই হাস্পতালত সেৱা আগবঢ়াব চিকিৎসক গৰাকীয়ে ৷ শিশুসকলে বিভিন্ন ৰোগত ভোগা দেখা যায় যদিও সঠিক সমযত  উপযুক্ত চিকিৎসাৰ জৰিয়তে কেনেদৰে সুস্থ কৰি তুলিব পাৰি সেই বিষয়ে গুৰুত্ব দিব ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.