গুৱাহাটী, 8 এপ্ৰিলঃ হাতীগাওঁ থানাৰ সন্মুখৰ পৰা চুৰি হ'ল খোদ আৰক্ষী বিষয়াৰ বাহন । দেওবাৰে নিশাই চোৰ হোৱা বাহন খনৰ বিষয়ে ৰাতিপুবাৰ ভাগতহে জানিবলৈ পাৰে আৰক্ষীজনে। পিংকু ৰাজবংশী নামৰ যান বাহন বিষয়া গৰাকীয়ে নিজৰ ১৫০ As01 DW 7640 পালচাৰ বাহনখন লৈ কৰ্তব্যলৈ ওলাই আহি থানাৰ সন্মুখতে বাহন খন ৰখাই থয়৷ পিচত থোৱা ঠাইত বাহনখন নাপাই বিবুদ্ধিত পৰে আৰক্ষী বিষয়াজন৷ আনহাতে চুৰি কাৰ্য সংঘটিত হোৱাৰ দৃশ্য বন্দী হৈ ৰয় আৰক্ষী থানাৰ চিচি কেমেৰাত কিন্তু আচৰ্যজনক ভাবে দৃশ্য সংৰক্ষিত নহোৱা বুলি জানিবলৈ দিয়ে ৷
আৰক্ষীথানাৰ সন্মুখৰ পৰাই চুৰি হ'ল আৰক্ষী বিষয়াৰ বাহন - হাতীগাওঁ থানা
হাতীগাওঁ থানাৰ সন্মুখৰ পৰা চুৰি আৰক্ষী বিষয়াৰ বাহন
গুৱাহাটী, 8 এপ্ৰিলঃ হাতীগাওঁ থানাৰ সন্মুখৰ পৰা চুৰি হ'ল খোদ আৰক্ষী বিষয়াৰ বাহন । দেওবাৰে নিশাই চোৰ হোৱা বাহন খনৰ বিষয়ে ৰাতিপুবাৰ ভাগতহে জানিবলৈ পাৰে আৰক্ষীজনে। পিংকু ৰাজবংশী নামৰ যান বাহন বিষয়া গৰাকীয়ে নিজৰ ১৫০ As01 DW 7640 পালচাৰ বাহনখন লৈ কৰ্তব্যলৈ ওলাই আহি থানাৰ সন্মুখতে বাহন খন ৰখাই থয়৷ পিচত থোৱা ঠাইত বাহনখন নাপাই বিবুদ্ধিত পৰে আৰক্ষী বিষয়াজন৷ আনহাতে চুৰি কাৰ্য সংঘটিত হোৱাৰ দৃশ্য বন্দী হৈ ৰয় আৰক্ষী থানাৰ চিচি কেমেৰাত কিন্তু আচৰ্যজনক ভাবে দৃশ্য সংৰক্ষিত নহোৱা বুলি জানিবলৈ দিয়ে ৷
Body:হাতীগওঁ থানাৰ সন্মুখৰ পৰা খোদ আৰক্ষী বিষয়াৰ বাহন চুৰি । ৰাতিপুবাৰ ভাগতে চুৰি হোবা ঘটনা পোহৰলৈ আহিল নিশা হে । পিংকু ৰাজবংশী নামৰ যান বাহন বিষয়া গৰাকীয়ে নিজৰ ১৫০ As01 DW 7640..পালচাৰ বাহন লৈ কৰ্তব্য লৈ ওলাই আহি থানাৰ সন্মুখতে বাহন খন ৰখাই থৈছিল । ২০ মিনিট পিছতে ওলাই! আহি দেখিলে বাহন খন নাই ।
Conclusion:চুৰি কাৰ্য সংঘটিত হোবাৰ দৃশ্য বন্দী হয় ৰল আৰক্ষী থানাৰ চিচি কেমেৰাতে কিন্তু আচৰ্যজনক ভাবে দৃশ্য সংৰক্ষিত নহল ।
Asrar Ansari
Guwahati