ETV Bharat / state

2020 বৰ্ষৰ শিল্পী বঁটা গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক প্ৰদান - shilpi award 2020

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবনত পালন 'শিল্পী দিৱস' ৷ এই শিল্পী দিৱস পালন অনুষ্ঠানতে,কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ,সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ শিল্পী বঁটা।

shilpi award
2020 বৰ্ষৰ শিল্পী বঁটা
author img

By

Published : Jan 17, 2020, 7:50 PM IST

গুৱাহাটী,17 জানুৱাৰীঃ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবনত শিল্পী দিৱস পালন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ কুইন ওজা। এই অনুষ্ঠানতে কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ শিল্পী বঁটা ।

2020 বৰ্ষৰ শিল্পী বঁটা
অনুষ্ঠানৰ লগত সংগতি ৰাখি আগবঢ়োৱা হয় 2020 বৰ্ষৰ শিল্পী বঁটা ৷ কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ,সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক 2020বৰ্ষৰ বাবে প্ৰদান কৰা হয় এই শিল্পী বঁটা ৷ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই 2020 বৰ্ষৰ শিল্পী বঁটাত আছে নগদ ২ লাখ টকা, এখন প্ৰশস্তিপত্ৰ,অংগবস্ত্ৰ আৰু শৰাই‌ । এই বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে,অসমৰ কলা সংস্কৃতিৰ বাবে কাম কৰা এই বৰেণ্য ব্যক্তিসকলৰ অৱদান উল্লেখযোগ্য। গতিকে শিল্পী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰাৰ বাবে তেওঁ যথেষ্ট আনন্দিত । জীৱন জোৰা সাধনা কৰাৰ পিছত এনেদৰে স্বীকৃতি প্ৰাপ্ত বঁটা সমূহে উৎসাহিত কৰে শিল্পীসকলক। গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ,কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক এনেদৰে বঁটা প্ৰদান কৰাৰ বাবে সুখী শিল্পী সকলৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজ ।

লগতে পঢ়কঃ 75 বছৰীয়া হ'ল শব্দৰ যাদুকৰ জাভেদ আখটাৰ

Intro:অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবনত শিল্পী দিৱস পালন।অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংসদ কুইন ওজা ।এই অনুস্থানতে কণ্ঠশিল্পী গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ শিল্পী বটা।
মঞ্চত অপূৰ্ব বেজবৰুবাই গালে'কপৌ পাহি তোৰে শোপাত'।
Body: মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই 2020 বৰ্ষৰ শিল্পী বঁটাত আছে নগদ ২ লাখ টকা, প্ৰশস্তিপত্ৰ,অংগবস্ত্ৰ,শৰাই‌।এই বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে অসমৰ কলা সংস্কৃতিৰ বাবে কাম কৰা এই বৰেণ্য ব্যক্তি সকলৰ অৱদান উল্লেখযোগ্য। গতিকে শিল্পী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰাৰ বাবে তেওঁ আনন্দিত।
Bite:- সৰ্বানন্দ সোণোৱাল।
লগতে অপূৰ্ব বেজবৰুৱাই জীৱিত অৱস্থাত এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে আনন্দিত। লগতে এই বঁটা জীৱনৰ প্ৰথম বঁটা বুলিও জনালে শিল্পী গৰাকীয়ে ।
Bite:- অপূৰ্ব বেজবৰুৱা।
Conclusion:জীৱন জোৰা সাধনা কৰাৰ পিছত এনেদৰে স্বীকৃতি প্ৰাপ্ত বঁটা সমূহে উৎসাহিত কৰে শিল্পী সকলক । গোপীকান্ত সিনহা,আৰু কবি,গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক এনেদৰে বঁটা প্ৰদান কৰাৰ বাবে সুখী শিল্পী সকলকৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.