ETV Bharat / state

আতংকিত নহব, হেল্পলাইন নম্বৰৰ সহায় লওক

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত ২৫১ টা তেজৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু আটাইকেইটাই নিগেটিভ পোৱা গৈছে । বৰ্তমানলৈকে উক্ত হেল্পলাইন নম্বৰসমূহলৈ ৪২৫৬ টা কল আহিছে ৷ ইয়াৰ উপৰিও ৮০,৮৯৯ গৰাকী লোকক অসমৰ বিভিন্ন বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ।

author img

By

Published : Mar 27, 2020, 2:20 PM IST

Assam govt provides helpline numbers for COVID 19
আতংকিত নহব, হেল্পলাইন নম্বৰৰ সহায় লওক

গুৱাহাটী, ২৭ মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো সময়তে সক্ৰিয় হৈ থকাকৈ মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ ৷ মুকলি কৰা নম্বৰকেইটা হ’ল- ৬৯১৩৩৪৭৭৭০, ৬৯১৩৩৪৭৭৭১, ৬৯১৩৩৪৭৭৭২, ৬৯১৩৩৪৭৭৭৩ আৰু ১০৪ ৷

Assam govt provides helpline numbers for COVID 19
আতংকিত নহব, হেল্পলাইন নম্বৰৰ সহায় লওক

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত ২৫১ টা তেজৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু আটাইকেইটাই নিগেটিভ পোৱা গৈছে । বৰ্তমানলৈকে উক্ত হেল্পলাইন নম্বৰসমূহলৈ ৪২৫৬ টা কল আহিছে ৷ ইয়াৰ উপৰিও ৮০,৮৯৯ গৰাকী লোকক অসমৰ বিভিন্ন বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰা হৈছে ।

Assam govt provides helpline numbers for COVID 19
আতংকিত নহব, হেল্পলাইন নম্বৰৰ সহায় লওক

সমান্তৰালকৈ, কৰ’ণাত আক্ৰান্ত বিভিন্ন দেশৰ পৰা উভতি অহা ৩৭,৩৯৭ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে ৷ আনহাতে, আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা 599 গৰাকী লোকক আছুতীয়াকৈ ৰখাৰ লগতে সকলো সময়তেই লোকসকলক নিৰীক্ষণ কৰি থকা হৈছে ৷

লগতে পঢ়ক-জয়মতী দিৱসৰ দিনটোত ফাকুৱা দ'লত নজ্বলিল এগছি চাকি !

For All Latest Updates

TAGGED:

Assam govt
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.