ETV Bharat / state

অসমৰ ৪৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন - literary pension

অসমৰ ৪৩ গৰাকী সাহিত্যিকক অসম চৰকাৰে প্ৰদান কৰিব ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন । ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই ঘোষণা ৰাজ্য চৰকাৰৰ ৷

৪৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন
৪৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন
author img

By

Published : Aug 14, 2020, 7:21 PM IST

গুৱাহাটী, ১৪ আগষ্ট: ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৪৩ গৰাকী সাহিত্যিকলৈ ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন । তেওঁলোক হৈছে ক্ৰমে বৰপেটাৰ হিৰণ শইকীয়া লহকৰ, মাণিকলাল ভৌমিক, হীৰেণ দাস, সতীশ চন্দ্ৰ দাস, কাছাৰৰ সমৰ বিজয় চক্ৰৱৰ্তী, ধেমাজিৰ বিমল ৰাজখোৱা, ডিব্ৰুগড়ৰ বিদ্যাভুষণ দেউৰী, গৌৰী শইকীয়া, যোৰহাটৰ হেমচন্দ্ৰ শইকীয়া, ভৱকান্ত দেৱগোস্বামী, চন্দ্ৰপ্ৰভা ভট্টাচাৰ্য, কামৰূপ (মহানগৰ) ৰ দীনেশ চন্দ্ৰ ডেকা, অজিত কুমাৰ দত্ত, ডঃ ৰোমান শৰ্মা, সবিতা দেৱী, প্ৰণৱপ্ৰাণ ভট্টাচাৰ্য, মহেন্দ্ৰ নাথ তালুকদাৰ, বীৰজা দেৱী, অশ্বিনী কুমাৰ বেজবৰুৱা, জীমনি চৌধুৰী, হৰেন্দ্ৰ নাথ শৰ্মা, অতুল মজুমদাৰ, বকুলী বৈশ্য, ডঃ চম্পকলাল বৈশ্য, বাবুল দাস, কমল কুমাৰ কলিতা, কামৰূপ (গ্ৰাম্য) ৰ গিৰীন্দ্ৰ ডেকা, বিপুল চন্দ্ৰ কলিতা, শ্ৰীপ্ৰকাশ দাস, কাৰ্বি আংলঙৰ ডঃ প্ৰেমানন্দ মুছাহাৰী, সিং ক্ৰ', মৰিগাঁৱৰ সুনীল কুমাৰ গোস্বামী, নগাঁৱৰ থুনু শইকীয়া, নলবাৰীৰ কামিনীকান্ত শৰ্মা, মীৰা ডেকা, শিৱসাগৰৰ দিপালী ভট্টাচাৰ্য বৰুৱা, শোণিতপুৰৰ ডঃ চাৰু চহৰীয়া নাথ, ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰী, ৰেৱতীমোহন তিমছিনা, বিশ্বনাথৰ ভূধৰ বৰা, ধুবুৰীৰ আনোৱাৰ হুছেইন, বোকাখাতৰ অপূৰ্ব বৰদলৈ আৰু দেৰগাঁৱৰ অতুল চন্দ্ৰ মহন্ত ।

লগতে পঢ়ক: অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.