ETV Bharat / state

সুৰাপায়ীৰ বাবে দুঃখৱৰঃৰাজ্যত ২৫ শতাংশ বৃদ্ধি সুৰাৰ মূল্য - এক জাননী যোগে চৰকাৰে প্ৰকাশ কৰিছে এই কথা

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য ৷ আনহাতে পঞ্চ তাৰকাযুক্ত হোটেলৰ অনুজ্ঞাপত্ৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷

Assam government hikes excise duty on IMFL by 25%
সুৰাপায়ীৰ বাবে দুঃখৱৰঃৰাজ্যত ২৫ শতাংশ বৃদ্ধি সুৰাৰ মূল্য
author img

By

Published : May 9, 2020, 9:08 PM IST

গুৱাহাটী, 9 মে' : ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য ৷ এক জাননী যোগে চৰকাৰে প্ৰকাশ কৰিছে এই কথা ৷ সুৰাৰ ক্ষেত্ৰত 25 শতাংশ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷

Assam government hikes excise duty on IMFL by 25%
সুৰাপায়ীৰ বাবে দুঃখৱৰঃৰাজ্যত ২৫ শতাংশ বৃদ্ধি সুৰাৰ মূল্য

আনহাতে, তাৰকাযুক্ত হোটেল তথা বাৰসমূহৰ অনুজ্ঞাপত্ৰৰ মাচুল বৃদ্ধি কৰাৰ কথাও জাননীত উল্লেখ কৰা হৈছে । ৩ ষ্টাৰ, ৫ ষ্টাৰ আদি হোটেলৰ মাচুল কেইবাটাও শিতানত ভাগ কৰা হৈছে ।

50 টাকৈ কোঠা সংলগ্ন থকা ৩-৪ ষ্টাৰ হোটেলৰ ৮ ৰ পৰা ১২ লাখ টকা আৰু ১০০ টাকৈ কোঠা সংলগ্ন থকা ৫ ষ্টাৰ হোটেলৰ মাচুল ১৮-২০ লাখ টকা পৰ্যন্ত ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : হাবিৰ মাজত অসংযত অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহঃ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.