ETV Bharat / state

নেমকেয়াৰ হাস্পতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - বিনামূলীয়া স্বাস্থ্য শিবিৰ

গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ উদ্যোগত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । ইতিমধ্যে নেমকেয়াৰ হাস্পাতলত অনুষ্ঠিত হোৱা বিনামূলীয়া স্থাস্থ্য শিবিৰত প্ৰায় ৪০০ ৰোগীয়ে স্থাস্থ্য পৰীক্ষা কৰে ।

মাহেকত এবাৰ তেজ পৰীক্ষা কৰকঃ ডাঃ হিতেশ বৰুৱা
author img

By

Published : Jul 27, 2019, 11:19 PM IST

গুৱাহাটী, ২৭ জুলাইঃ গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । হেপেটাইটিছ বি অথবা চিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশেষ পদক্ষেপ চিকিৎসকগৰাকীৰ ।

মাহেকত এবাৰ তেজ পৰীক্ষা কৰকঃ ডাঃ হিতেশ বৰুৱা

বিশ্ব হেপেটাইটিছ দিৱস উপলক্ষে মহানগৰীৰ নেমকেয়াৰ হস্পিতালত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । প্ৰতি সোমবাৰে ১০-১২বজালৈ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পদক্ষেপ হাতত লৈছে নেম কেয়াৰ হস্পিতাল কৰ্তৃপক্ষই । অন্য ৰোগৰ দৰে হেপেটাইটিছ বি অথবা চিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ সজাগ নহয় । তাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নেমকেয়াৰ হস্পিতালে হাতত লৈছে বিভিন্ন পদক্ষেপ । শণিবাৰে নেমকেয়াৰ হস্পিতালৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই । এই ৰোগৰৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই ডাঃ বৰুৱায় । তাৰোপৰি সকলোকে মাহেকত এবাৰ তেজ পৰীক্ষা কৰিবলৈও আহ্বান জনায় নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই । লগতে উক্ত সংবাদমেলত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মনি বৌ খ্যাত পাপৰি বৰুৱা । বৰুৱাই সকলোকে স্থাস্থ্যৰ ক্ষেত্ৰত লবলগীয়া যত্ন অটুত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বৰুৱাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে নেমকেয়াৰ হাস্পতালৰ সকলো কৰ্মচাৰীকে ধন্যবাদ জনায় । উল্লেখ্য যে, নেমকেয়াৰ হাস্পাতলত অনুষ্ঠিত হোৱা বিনামূলীয়া স্থাস্থ্য শিবিৰত প্ৰায় ৪০০ ৰোগীয়ে স্থাস্থ্য পৰীক্ষা কৰে ।

Intro:বিশ্ব হেপেটাইটিছ দিৱস উপলক্ষে মহানগৰীৰ নেমকেয়াৰ হস্পিতালত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ। প্ৰতি সোমবাৰে ১০-১২বজালৈ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পদক্ষেপ হাতত লৈছে হস্পিতাল কৰ্তৃপক্ষই।

Body:অন্য ৰোগৰ দৰে হেপেটাইটিছ বি অথবা চিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ সজাগ নহয়। যাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নেমকেয়াৰ হস্পিতালে হাতত লৈছে বিভিন্ন পদক্ষেপ। শণিবাৰে নেমকেয়াৰ হস্পিতালৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই। এই ৰোগৰৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই ডাঃ বৰুৱাই। তাৰোপৰি সকলোকে মাহেকত এবাৰ তেজ পৰীক্ষা কৰিবলৈও আহ্বান জনাই নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই।

Conclusion:ইফালে এই সংবাদমেলতে উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী মনি বৌ খ্যাত পাপৰি বৰুৱা ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই। ইপিনে শণিবাৰে হস্পিতালত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৪০০ৰোগীক বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.