ETV Bharat / state

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিঃ নিহত ৪

২১ খন জিলাৰ মুঠ ৮,৬৯০২৫ লোক বৰ্তমানলৈকে বানপানী কৱলত বুলি জানিব পৰা গৈছে ।

নিহত সংখ্যা ৪
author img

By

Published : Jul 12, 2019, 9:35 PM IST

Updated : Jul 12, 2019, 11:28 PM IST

গুৱাহাটী,12 জুলাইঃ ওফন্দি উঠা নদী সমূহৰ বাঢ়নী পানীয়ে প্ৰতি মুহূৰ্ততে প্লাৱিত কৰিছে ন ন অঞ্চল। বৰ্তমানলৈ বানপানীৰ ফলত নিহত হৈছে ৪ গৰাকী ব্যক্তি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়ৰ, হোজাই, গোৱালপাৰা, তিনিচুকীয়া আৰু কামৰূপ জিলাকে ধৰি ৰাজ্যৰ ২১খনকৈ জিলা বৰ্তমান মুঠ ৮,৬৯০২৫ লোক বানৰ কবলত। উল্লেখ্য যে যোৰহাট,শোণিতপুৰ,কামৰূপ,গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈ গৈছে বাঢ়নি পানী।

Intro:ৰাজ্যত বানপানীৰ তাণ্ডত অব্যহত আছে। বানপানীৰ ফলত বৰ্তমানলৈকে নিহত হৈছে ৪ গৰাকীকৈ ব্যক্তি। বঢ়নী পানীয়ে প্লাবিত কৰিছে ন ন অঞ্চল।

Body:উজনিৰ পৰা নামনি লৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। বৰ্তমানলৈকে বানপানীৰ ফলত নিহত হৈছে ৪ গৰাকীকৈ ব্যক্তি। গোলাঘাট জিলাত বঢ়নী পানীয়ে ২ গৰাকী ব্যক্তিৰ প্ৰাণ কাঢ়ি নিয়াৰ বিপৰীতে ডিমা হাছাও জিলাত ভূমিস্খলনৰ ফলত নিহত হৈছে দুগৰাকী ব্যক্তি। ওফন্দি উঠা ৰাজ্যৰ নদী সুমহৰ বঢ়নী পানীয়ে প্ৰতি মুহূৰ্ততে ন ন অঞ্চলত প্লাবিত কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়ৰ, হোজাই, গোৱালপাৰা, তিনিচুকীয়া আৰু কামৰূপ জিলাকে ধৰি ৰাজ্যৰ ২১খনকৈ জিলা বানৰ কবলত পৰিছে।
২১খন জিলাৰ মুঠ ৮,৬৯০২৫ লোক বৰ্তমানলৈকে বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে।

Conclusion:ব্ৰহ্মপুত্ৰ নদী বৰ্তমান যোৰহাট, শোণিতপুৰ, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈছে। বুঢ়ীদিহিং নৈ ডিব্রুগড়, দিচাং নৈ শিৱসাগৰ, কপিলী নৈ নগাঁও, কাতাশাল হাইলাকান্দি আৰু কুছিয়াৰা নৈ কৰিমগঞ্জত বিপদ সীমাৰ ওপৰেদি বৈছে।
Last Updated : Jul 12, 2019, 11:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.