ETV Bharat / state

দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা

author img

By

Published : Jun 22, 2020, 12:22 PM IST

ৰাজ্যৰ 5 খন জিলা বানৰ কবলত ৷ 7 খন ৰাজহ চক্ৰ বানৰ কবলত পৰাৰ লগতে 68 খন গাঁও বাঢ়নী পানীৰ তলত ৷ ইয়াৰোপৰি সোমবাৰৰ পুৱাৰ তথ্য অনুসৰি এই পৰ্যন্ত 13,129 লোক বানত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

assam
বানৰ শেহতীয়া তথ্য

গুৱাহাটী, 22 জুনঃ ৰাজ্যত প্ৰতি বছৰে হোৱা বানপানীয়ে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰিলেও অসমৰ বানপানীয়ে লাভ কৰিব নোৱাৰে ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ লগতে ৰাজ্যখনৰ দল-সংগঠন,জনপ্ৰতিনিধিয়ে দাবী জনাই আহিছে যদিও কেন্দ্ৰৰ আগত এই দাবী মূল্যহীন ৷ ফলস্বৰূপে বিগত বৰ্ষসমূহৰ সমান্তৰালকৈ চলিত বৰ্ষটো বানত ককবকাইছে ৰাজ্যৰ বন্যাৰ্ত ৷

assam
বানৰ শেহতীয়া তথ্য

লগতে পঢ়কঃ শিৱসাগৰত দিখৌ নদীৰ বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

এই পৰ্যন্ত ৰাজ্যৰ 5 খন জিলা বানৰ কবলত ৷ জিলা কেইখন ক্ৰমে

  • ধেমাজি
  • লখিমপুৰ
  • নলবাৰী
  • যোৰহাট
  • শিৱসাগৰ

শেহতীয়া তথ্য অনুসৰি উল্লেখিত জিলা কেইখনৰ 7 খন ৰাজহ চক্ৰ বানৰ কবৰত পৰাৰ লগতে 68 খন গাঁও বাঢ়নী পানীৰ তলত ৷ ইয়াৰোপৰি সোমবাৰৰ পুৱাৰ তথ্য অনুসৰি এই পৰ্যন্ত 13,129 লোক বানত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.