ETV Bharat / state

উত্তাল চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চৌহদ

কাৰণ প্ৰাৰ্থীক আগতীয়াকৈ জাননী প্ৰদান নকৰাকৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই হঠাতে বাতিল কৰিলে "JEE Polytechnic Counseling " ৷

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান
author img

By

Published : Jul 16, 2019, 2:44 PM IST

গুৱাহাটী, 16 জুলাইঃ মঙলবাৰে হঠাতে উত্তাল হৈ পৰিল মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চৌহদ ৷ কাৰণ প্ৰাৰ্থীক আগতীয়াকৈ জাননী প্ৰদান নকৰাকৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই হঠাতে বাতিল কৰিলে "JEE Polytechnic Counseling " ৷ কিন্তু সংশ্লিষ্ট বিভাগে মঙলবাৰে অৰ্থাৎ আজি প্ৰকাশিত "আসাম ট্ৰিবিউন" কাকতত বিজ্ঞাপন দিয়াৰ কথা উল্লেখ কৰে । আনহাতে পুৱাই আহি কেন্দ্ৰটোত উপস্থিত হয়হি প্ৰাৰ্থী সকল ‌‌। কিন্তু উপস্থিত হোৱআৰ পিছতহে "counseling" বাতিল হোৱাৰ বিষয়ে অৱগত হয় প্ৰাৰ্থী সকল ‌। ‌ফলত ধেমাজি, লক্ষীমপুৰ,ৰঙিয়া আদি ঠাইৰ পৰা অহা প্ৰাৰ্থী সকল ঘূৰি যাব লগীয়া হোৱাত ক্ষোভ উজাৰে প্ৰাৰ্থীসকলে ।

Intro:হঠাতে jee polytechnic counseling স্থগিত কৰাক কেন্দ্ৰ কৰি চান্দমাৰিস্থিত Assam engineering institute কেন্দ্ৰত ক্ষোভ উজাৰিলে বিভিন্ন ঠাইৰ পৰা অহা প্ৰাৰ্থীয়ে ।

Body:বাতিল কৰাৰ কথা আগতীয়াকৈ প্ৰাৰ্থী সকলক নজনোৱাৰ বাবেই পুৱাই আহি কেন্দ্ৰটোত উপস্থিত হয়হি প্ৰাৰ্থী সকল ‌‌। কিন্তু উপস্থিত হোৱৰ পিছতহে counseling বাতিল হোৱাৰ কথা অৱগত হয় প্ৰাৰ্থী সকল ‌। ‌ কিন্তু সংশ্লিষ্ট বিভাগে আজি প্ৰকাশিত আসাম ট্ৰিবিউন কাকতত বিজ্ঞাপন দিয়াৰ কথা উল্লেখ কৰে ।যাৰ বাবে ধেমাজি, লক্ষ্মীমপুৰ,ৰঙিয়া আদি ঠাইৰ পৰা অহা প্ৰাৰ্থী সকল ঘূৰি যাব লগা হয় আৰু ক্ষোভ উজাৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.