ETV Bharat / state

Assam Direct Recruitment Result: ৬ নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল - তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল

দেওবাৰে ঘোষণা কৰা হ’ব কেইবাটাও বিভাগৰ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল (Recruitment examination Result) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে টুইটাৰ যোগে এই কথা সদৰী কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে হৈছে বুলি টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে (Assam CM Himanta Biswa Sarma Tweet)।

assam-direct-recruitment-result-to-be-declared-on-6th-november
৬ নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল
author img

By

Published : Nov 4, 2022, 6:11 PM IST

  • বহু জল্পনা-কল্পনাৰ অন্তত আগন্তুক দেওবাৰে ঘোষণা কৰা হ’ব কেইবাটাও বিভাগৰ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল (Recruitment examination Result) ।
  • মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া টুইটাৰ যোগে এই কথা সদৰী কৰে(Assam CM Himanta Biswa Sarma)
  • সমগ্ৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে উল্লেখ কৰিছে (Assam CM Himanta Biswa Sarma Tweet)
  • উল্লেখ্য যে, বিগত ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Direct Recruitment 2022)
  • ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ পৰীক্ষা
  • প্ৰায় ২৬০০০ পদৰ বাবে তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল
  • অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ (Board of Secondary Education) দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হৈছিল
  • কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা
  • পৰীক্ষা অনুষ্ঠিত প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ আশে-পাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছিল
  • ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল
  • পৰীক্ষাৰ সময়চোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছিল (Internet service down in Assam)
  • উল্লেখ্য যে ইতিমধ্যে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে (Assam Direct Recruitment Result)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.