ETV Bharat / state

মুকাভিনয়ৰে পৰিৱেশ ৰক্ষাৰ প্ৰচেষ্টা সমাজ কল্যান বিভাগৰ - Guwahati

সমাজ কল্যান বিভাগৰ 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে জৈৱ বৈচিত্ৰক ৰক্ষা কৰিবলৈ ৰাইজলৈ আহ্বান কৰে মুকাভিনয়ৰ শিল্পী সকলে । পৰিৱেশ ৰক্ষাৰ্থে ৰাইজক সচেতন কৰাই এই অনুষ্ঠানটিৰ মূল লক্ষ্য ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান
author img

By

Published : Jun 5, 2019, 11:30 PM IST

গুৱাহাটী, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।অনুষ্ঠানত মুকাভিনয়ৰ শিল্পী মৃনাংক ডেকাৰ নেতৃত্বত প্ৰদৰ্শন কৰিলে বাটৰ নাট ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠান

সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱনৰ অধ্যক্ষ কবিতা শৰ্মাৰ নেতৃত্বত শিক্ষাৰ্থী সকলে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠানেৰে দ্বীপৰ বিলত মুকাভিনয় প্ৰদৰ্শন কৰে । এই মুকাভিনয়ৰ জৰিয়তে ৰাইজক পৰিৱেশ সুৰক্ষা কৰিবলৈ আৰু প্ৰাকৃতিক সৌন্দৰ্যক বিনস্ত নকৰিবলৈ আহ্বান জনায় । দ্বীপৰ বিলৰ উপৰিও মহানগৰীৰ মালিগাঁও, দীঘলীপুখুৰী আৰু চান্দমাৰিত মুকাভিনয়ৰ অনুষ্ঠান প্ৰদৰ্শন কৰি আহিছে । উল্লেখ্যযোগ্য যে ইতি পূৰ্বে মৃনাংক ডেকাৰ উদ্যোগতেই 'চৰাই যাক নহা হল', 'মিছন চাৱ দ্বীপৰ বিল ' আদি কাৰ্য্যসূচী সফলভাবে অনুষ্ঠিত কৰি গৈছে ।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস

Intro:মুকাভিনয়ৰ শিল্প মৃণা য়ংক ডেকাৰ উদ্যোগ ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সং গতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱনৰ অধক্ষ্য কবিতা শৰ্মাৰ নেতৃত্বত শিক্ষাৰ্থী সকলে 'অ' মোৰ ধৰিত্ৰী আই' শীৰ্ষক অনুষ্ঠানেৰে আজি দ্বীপৰ বিলত মুকাভিনয়ৰ প্ৰদৰ্শন কৰে । মুকাভিনয়ৰ জৰিয়তে পৰিবেশ সুৰক্ষা কৰিবলৈ লগতে অসমৰ লগতে পৃথিৱীৰ প্ৰাকৃতিক সৌন্দৰ্য ক ব্যাঘাত নজন্মবলৈ মুকাভিনয়ৰ জৰিয়তে সকলোলৈ।বাৰ্তা প্ৰেৰণ কৰে।

Body:দ্বীপৰ বিলৰ উপৰিও মহানগৰীৰ মালিগাঁও, দীঘলীপুখুৰী আৰু চান্দমাৰিত এই অনুষ্ঠান প্ৰদৰ্শন হয়। উল্লেখ্যযোগ্য যে ইতি পূৰ্বে মৃনাংক ডেকাৰ উদ্যোগতেই 'চৰাই যাক নহা হল' , 'মিছন চাৱ দ্বীপৰ বিল ' আদি কাৰ্য্যসূচী সফলভাবে অনুষ্ঠিত কৰি গৈছে।
Bite:-মৃনাংক ডেকা

Conclusion:visual send by ftp
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.