ETV Bharat / state

কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃতদেহঃ হত্যাকাণ্ড নে নৰবলি !! - KamaKhya

মা-কামাখ্যাক সন্তুস্ত কৰিবলৈ এয়া বলি বিধানৰ ঘটনা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে । এই ঘটনাক লৈ আৰক্ষীয়ে ৰাইজক ভিত্তিগ্ৰস্থ নহ'বলৈ আহ্বান জনাইছে ।

কামাখ্যা ধামত উদ্ধাৰ এটা মুণ্ডহীন মৃতদেহ
author img

By

Published : Jun 19, 2019, 10:05 PM IST

গুৱাহাটী, ১৯ জুনঃ গুৱাহাটীৰ মা-কামাখ্যা ধামত উদ্ধাৰ হ'ল এটা মুণ্ডহীন মৃতদেহ । জয় দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হৈছে মৃতদেহটো ।

কামাখ্যা ধামত উদ্ধাৰ এটা মুণ্ডহীন মৃতদেহ

অম্বুবাচীৰ মেলা প্ৰাকক্ষনত জয় দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ । মৃতদেহৰ কাষতে যথেষ্ট পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আয়ুক্ত দীপক কুমাৰ,লগতে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত সন্দৰ্ভত স্নিফাৰ ডগেৰে অব্যাহত ৰাখিছে তদন্ত ।

মা-কামাখ্যাক সন্তুস্ত কৰিবলৈ এয়া বলি বিধানৰ ঘটনা হোৱা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে । এই ঘটনাক লৈ আৰক্ষীয়ে ৰাইজক ভিত্তিগ্ৰস্থ নহ'বলৈ আহ্বান জনাইছে । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সঠিক তথ্যটো পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জনাইছে ।

লগতে আন এটা বাতৰি- অসমত চলি আছে দাস প্ৰথা!

Intro:অম্বুবাচীৰ প্ৰাকক্ষণত মা কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃতদেহ। জয় দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহটো। মৃতদেহৰ কাষতে যথেষ্ট পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। স্নিফাৰ ডগেৰে অব্যাহত কৰি আছে আৰক্ষীয়ে। এয়া বলি বিধানৰ ঘটনা হোৱাৰ সন্দেহ কৰিছে একাংশই। আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্ত কাকোৱেই ভিত্তিগ্ৰস্থ নহ'বলৈ আহ্বান জনাই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.