ETV Bharat / state

ক’ভিড-19ৰ অসমৰ সামগ্ৰিক তথ্য..

author img

By

Published : Oct 17, 2020, 5:42 PM IST

ৰাজ্যত ক’ভিড-19 সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই মহামাৰীৰ ফলত ৰাজ্যত বৰ্তমান 853 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ উল্লেখযোগ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত যি দৰে ক’ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছিল ৷ সম্প্ৰতি ক’ভিড-19 আক্ৰান্তৰ সংখ্যাৰ হাৰ কিছু হ্ৰাস পোৱা দেখা গৈছে ৷

ASSAM COVID UPDATE
ক’ভিড-19ৰ অসমৰ সামগ্ৰীক তথ্য..

নিউজ ডেস্ক,17 অক্টোবৰঃ ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷ সম্প্ৰতি ৰাজ্যত ক’ৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ 1,99,749 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 1,70263 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাও দেখা গৈছে ৷ ইপিনে সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 28,630 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷ মহামাৰী ক’ৰণাৰ ফলত ৰাজ্যখনত 853 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে ৷

উল্লেখযোগ্য যে, বিশ্বৰ উন্নত দেশ সমূহে ক’ৰণাৰ প্ৰতিষেধক প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও আজিও সফল হ’ব পৰা নাই ৷ এইক্ষেত্ৰত পিছপৰি থকা নাই ভাৰতবৰ্ষ ৷ ভাৰতবৰ্ষই ইতিমধ্যে প্ৰতিষেধক প্ৰস্তুত প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সমাপ্ত কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ পৰ্যটক আদৰিবলৈ সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.