ETV Bharat / state

ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ল’লে 608 গৰাকীৰ

author img

By

Published : Sep 25, 2020, 8:00 AM IST

ক্ৰমশঃ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ বৰ্তমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,65,582 গৰাকী আৰু মৃতকৰ সংখ্যা 608গৰাকীলৈ বৃদ্ধি ৷

ASSAM COVID-19 LATEST UPDATE
ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ললে 608গৰাকীৰ

নিউজ ডেস্ক, 25ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ক’ভিড-19ৰ ভয়াৱহতা ৷ বৃহস্পতিবাৰৰ নিশাৰ ভাগত পোৱা এক তথ্য অনুসৰি, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,65,582 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছেগৈ 608 গৰাকী ৷ বৰ্তমান ৰাজ্যত এই মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে 1,32,709 গৰাকী আৰু চিকিৎসাধীন হৈ আছে 32,262গৰাকী ৷

  • 📌Alert ~ 2091 #COVID cases detected today out of 28993 tests.

    Positivity Rate- 7.21%

    Kamrup M- 452; Jorhat- 191; Dibrugarh- 136; Golaghat- 127

    ↗️Total cases 165582
    ↗️Recovered 132709
    ↗️Active cases 32262
    ↗️Deaths 608

    10:15 PM, Sept 24 pic.twitter.com/pBb77qyRvM

    — Himanta Biswa Sarma (@himantabiswa) September 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পুনৰ 2,091গৰাকী ক'ভিড-19ত আক্ৰান্ত হয় ৷ আক্ৰান্ত কেইজনৰ কামৰূপ মহানগৰ জিলাৰ 452গৰাকী,যোৰহাটৰ 191গৰাকী,ডিব্ৰুগড়ৰ 136 আৰু গোলাঘাটৰ 127গৰাকী ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ হাৰ বৰ্তমান 7.21শতাংশ ৷ টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অন্য এক খবৰৰ বাবে: সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.