গুৱাহাটী,৩১ অক্টোবৰঃ 58 টা বসন্ত গৰকি 59 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ১৯৬১ চনত ডিব্ৰুগড় জিলাৰ মুলুক গাৱঁত জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজি ওপজা দিনটোত পুৱাৰে পৰাই ব্যস্ত থাকিবলগীয়া হৈছে বিভিন্ন কাৰ্যসূচীত । বৃহস্পতিবাৰে পুৱাই 'ইউনিটি ফৰ ৰাণ'ত ভাগ ল'বলৈ বুলি ওলাই অহা মুখ্যমন্ত্ৰীগৰাকীক খেলপথাৰতে বিভিন্নজনে ওপজা দিনৰ ওলগ জনায়। একেদৰে তেওঁৰ বহু গুণমুগ্ধই মুখ্যমন্ত্ৰীৰ ব্যস্ততাৰ বাবে সোঁশৰীৰে সাক্ষাৎ কৰিব নোৱাৰি চ'ছিয়েল মিডিয়াত ওপচাই পেলাইছে জন্মদিনৰ ওলেগেৰে ।
আহকচোন,তেওঁৰ এই বিশেষ দিনটোত চাওঁ তেওঁৰ কেইখনমান আকৰ্ষণীয় ফটোঃ
![assam chief minister birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4917438_g.jpg)
![assam chief minister birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4917438_a.jpg)
![assam chief minister birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4917438_e.jpg)
![assam chief minister birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4917438_d.jpg)
![assam chief minister birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4917438_h.jpg)