ETV Bharat / state

হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক - ঠাৎ বাতিল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক

হঠাৎ বাতিল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক ৷ গুৱাহাটীত উপস্থিত হৈছিল ৰাজধানী চহৰৰ বাহিৰত থকা মন্ত্ৰীসকলো ৷

কেবিনেট বৈঠক
কেবিনেট বৈঠক
author img

By

Published : Dec 19, 2019, 8:24 PM IST

গুৱাহাটী, 19 ডিচেম্বৰ: হঠাৎ বাতিল কৰা হ'ল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল জৰুৰী বৈঠকখন ৷ গুৱাহাটীৰ বাহিৰত থকা সকলো মন্ত্ৰীকে এই জৰুৰী কেবিনেটত উপস্থিত থাকিবলৈ দিয়া হৈছিল ৷ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছিল ৰাজধানী চহৰৰ বাহিৰত থকা মন্ত্ৰীসকলো ৷

হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক

প্ৰাপ্ত তথ্য অনুসৰি আজিৰ কেবিনেটত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে ৰখাত যাতে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি নহয়, সেই সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল ৷

লগতে পঢ়ক: ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

Intro:Body:

Intro:গুৱাহাটী, ১৯ ডিচেম্বৰ:   হঠাৎ বাতিল কৰা হ'ল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক । বৃহস্পতিবাৰ অৰ্থাৎ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল এখন অত্যন্ত জৰুৰী কেবিনেট বৈঠক । গুৱাহাটীৰ বাহিৰত থকা সকলো মন্ত্ৰীকে এই জৰুৰী কেবিনেটত উপস্থিত থাকিবলৈ তলব কৰা হৈছিল । সেইমৰ্মে ৰাজধানী চহৰখনৰ বাহিৰত থকা মন্ত্ৰীসকল ইতিমধ্যে আহি গুৱাহাটীত উপস্থিতো হৈছিল । কিন্তু অকস্মাতে আজি পুৱা সকলোকে জনাই দিয়া হয় যে কেবিনেট বাতিল কৰা হৈছে ।

Body:প্ৰাপ্ত তথ্য অনুসৰি আজিৰ কেবিনেটত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে ৰখাত যাতে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি হব নোৱাৰে সেইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল ।

Conclusion:ইতিমধ্যে বিজেপিৰ একাংশ বিধায়কে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীক সাক্ষাতো কৰিছিল । তেনেক্ষেত্ৰত আজি হঠাতে এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক কিয় বাতিল কৰা হ'ল সেয়াহে ৰহস্যজনক ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.