ETV Bharat / state

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্দ্ধনা অগপৰ - বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

অসম গণ পৰিষদৰ কাৰ্যালয়ত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অগপৰ  সভাপতি অতুল বৰা , মন্ত্ৰী কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতাৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ।

নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা অসম গন পৰিষদৰ
author img

By

Published : Jun 1, 2019, 11:14 PM IST

গুৱাহাটী, ১জুনঃ নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা অসম গণ পৰিষদৰ । অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ।

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্দ্ধনা অগপৰ

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা , মন্ত্ৰী কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতাৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ।

লগতে আন এটা বাতৰি- ৰংমিলিৰ হাঁহিৰ স্ৰষ্টালৈ লুম্বেৰ দাই বঁটা

Intro:ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা অসম গন পৰিষদৰ । শনিবাৰে আমবাৰী স্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সম্বৰ্ধনা জনোৱা হয় । সভাপতি অতুল বৰা , মন্ত্ৰী কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতা , লগতে দলৰ কেবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে এই সম্বৰ্ধনা অনুষ্ঠানত ।

Body:ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা অসম গন পৰিষদৰ । শনিবাৰে আমবাৰী স্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সম্বৰ্ধনা জনোৱা হয় । সভাপতি অতুল বৰা , মন্ত্ৰী কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতা , লগতে দলৰ কেবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে এই সম্বৰ্ধনা অনুষ্ঠানত ।

Conclusion:ৰাজ্যসভা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.