ETV Bharat / state

বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচী সমূহ - ৰঙালী বিহু

কোভিড-19 ৰোধৰ বাবে বাতিল কৰা হৈছে এই বৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচীসমূহ ৷ প্ৰশাসনে দিয়া নিৰ্দেশ মতে সমগ্ৰ অসমৰ লগতে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনেও বাতিল কৰে এইবাৰৰ বিহুৰ কাৰ্যসূচী ।

বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচীসমূহ
বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচীসমূহ
author img

By

Published : Apr 17, 2020, 6:23 PM IST

গুৱাহাটী, 17 এপ্ৰিল : বাতিল হৈছে চলিত বৰ্ষৰ ৰঙালী বিহুৰ সকলো কাৰ্যসূচী ৷ আৰক্ষী-প্ৰশাসনেও সীমিত সংখ্যক লোকৰ অংশগ্ৰহণেৰে পতাকা উত্তোলন কাৰ্যসুচী অনুষ্ঠিত কৰিয়েই পহিলা বহাগৰ অনুষ্ঠান সামৰিবলৈ আহ্বান জনাইছিল ৷ কোভিড-19 ৰোধৰ বাবে প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি সমগ্ৰ অসমৰ লগতে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনেও বাতিল কৰিলে বিহুৰ কাৰ্যসূচী।

বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচীসমূহ
পৰম্পৰাগতভাৱে চলি অহা 4 বহাগৰ দিনা সীমিত সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে বিহুৰ অনুষ্ঠানৰ সামৰণি পৰা বুলি বিহু সন্মিলনখনৰ সভাপতি ৰঞ্জন কটকী,সাধাৰণ সম্পাদক দীপাংকৰ নাথ আৰু সন্মিলনৰ মুখ্য পৃষ্ঠপোষক গোলক কলিতাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : লক ডাউন নিয়ন্ত্ৰণত নামিল শিলচৰৰ জিলা উপায়ুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.