ETV Bharat / state

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ : ব্যক্তিগত 400 মিটাৰত অংশ নলয় হিমাই

author img

By

Published : Sep 10, 2019, 6:37 PM IST

Updated : Sep 10, 2019, 11:55 PM IST

27 চেপ্টেম্বৰৰ পৰা 6 অক্টোবৰলৈ ডহাৰ খালিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া IAAF বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমা দাসে ৷

বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপঃ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমাই

স্পৰ্টছ ডেস্ক, 10 চেপ্টেম্বৰ : অসমবাসীৰ বাবে এক দুঃখবৰ ৷ 27 চেপ্টেম্বৰৰ পৰা ডহাত অনুষ্ঠিত হ’বলগীয়া IAAF বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ব্যক্তিগত 400 মিটাৰ শাখাত অংশ নলয় হিমা দাসে ৷ মঙলবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ৷

অৱশ্যে অসম তথা ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে এক সুখবৰ যে, দুটাকৈ ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব হিমা দাসে ৷ 400 মিটাৰ ৰিলে ৰেছ আৰু 400 মিটাৰ মিক্সড ডাব্লছ ৰিলেত অংশ ল’ব হিমাই ৷ প্ৰশিক্ষকৰ পৰামৰ্শ মতেই ব্যক্তিগত 400 মিটৰ শাখাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই কথা উল্লেখ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতিগৰাকীয়ে ৷ তেখেতে লগতে কয়, 3 টাকৈ ইভেণ্টত অংশ ল’লে আঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ৷

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হ’ব হিমা দাস ৷ হিমা দাসৰ সকলো সিদ্ধান্ত প্ৰশিক্ষকে গ্ৰহণ কৰি আহিছে ৷ গতিকে ভৱিষ্যতৰ বাবে হিমাৰ দাসক কেনেকৈ আগবঢ়াই লৈ যাব সেয়া প্ৰশিক্ষকে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে অসম এথেলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ৷

Intro:#অসম এথেলেটিক্স সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ সংবাদমেল।
#কাটাৰৰ ডহাত অনুষ্ঠিত বিশ্ব এথলেটিক্সত অংশ লব হিমা দাসে।
#হিমা দাস প্ৰথম অসমীয়া মহিলা খেলুৱৈ যিয়ে বিশ্ব চেম্পিয়নশ্বিপত অংশ লব
দুটা কৈ ইভেণ্টত।

Body:প্ৰশিক্ষকৰ পৰামৰ্শ মতেই তেওঁ ব্যক্তিগত 400 মিটৰত নেখেলে।
# হিমাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
# হিমা দাসে অলিম্পিকৰ প্ৰতি আশা এৰা নাই।
Conclusion:400 মিটাৰ ব্যক্তিগত খেলিলে 4টা ইভেণ্টত খেলিব নোৱাৰিব পাৰে পাৰে হিমা দাসে। চেকেণ্ডৰ কিছু ব্যৱধান হলে হিমা মনসিকভাৱে ভাগি পৰিব পাৰে। হিমা দাসৰ সকলো সিদ্ধান্ত প্ৰশিক্ষকে লয়। হিমাৰ দাসক কেনেকৈ আগবঢ়াই লৈ যাব সেয়া প্ৰশিক্ষকে নিৰ্ধাৰণ কৰে।
Last Updated : Sep 10, 2019, 11:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.