ETV Bharat / state

খাৰঘুলি জয়পুৰত গেমনৰ পাইপলাইনত ভয়ংকৰ দুৰ্ঘটনা - খাৰঘুলি জয়পুৰত

খাৰঘুলি জয়পুৰত ভয়ানক ঘটনা। গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক । গেমনৰ লোকে পাইপেৰে পানী ভৰাই পৰীক্ষা কৰি থকাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাতো ৷

খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
author img

By

Published : Aug 3, 2019, 5:25 PM IST

  • খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
    খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
  • গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক
  • পাইপৰ জ্বালাই ভালকৈ নকৰাৰ বাবেই সংঘটিত হয় এই ঘটনা
  • সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক

  • খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
    খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
  • গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক
  • পাইপৰ জ্বালাই ভালকৈ নকৰাৰ বাবেই সংঘটিত হয় এই ঘটনা
  • সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক
Intro:খাৰঘুলি জয়পুৰত ভয়ানক ঘটনা। গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক । Body:গেমনৰ লোকে পাইপেৰে পানী ভৰাই পৰীক্ষা কৰি আছিল । কিন্ত পাইপৰ জালাই এৰাই প্ৰচণ্ড শব্দৰে পাইপ ফাটি যায়। সমীপৱৰ্তী ঘৰত পানী সোমাই যায় আৰু গোটেই পথ তো বোকাময় হয় পৰিছে। জালাই ভালকৈ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হয়।
প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি পানী সোমুৱাই পৰীক্ষা কৰি থকা অৱস্থাতে ডাঙৰ কৈ শব্দ হৈ আৰু শ্ৰমিক দুজন আহত হয়।
Bite:-পত্যক্ষদৰ্শী Conclusion:জানিব পৰা অনুসৰি মে মাহত উক্ত গেমন প্ৰকল্প পৰিদৰ্শন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু অক্টোবৰ মাহৰ পৰা প্ৰকল্প সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.