ETV Bharat / state

এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য - Assam artist CAA protest

বৃহস্পতিবাৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুস্থিত কৰা হ’ব এখনি প্ৰতিবাদী সভা ৷ ৰাজ্যৰ শিল্পীসমাজক আৰ্থিক অনুদান দিয়াৰ ঘোষণাৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিল্পীসমাজে ৷ বৃহস্পতিবাৰৰ প্ৰতিবাদীসভাত এই বিষয়ৰ ওপৰতো আলোচনা কৰা হ’ব বুলি ব্যক্ত কৰে শিল্পী মানস ৰবীনে ৷

artist reaction on government one time scheme
এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য
author img

By

Published : Dec 19, 2019, 3:02 AM IST

গুৱাহাটী, 18 ডিচেম্বৰঃ বৃহস্পতিবাৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুস্থিত কৰা হ’ব এখনি প্ৰতিবাদী সভা ৷ ৰাজ্যৰ শিল্পীসমাজে গীত-মাতৰে বিৰোধীতা কৰিব নাগৰিকত্ব সংশোধনী আইনৰ ৷ চৰকাৰে দমনমূলক নীতিৰে আইনখন জাপি দিয়া কাৰ্যক কোনো কৰাণতে মানি নোলোৱাৰ হুংকাৰ শিল্পী সমাজৰ ৷ বৃহস্পতিবাৰৰ প্ৰতিবাদী অনুষ্ঠানত সকলো লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় শিল্পী মানস ৰবীনে ৷

এককালীন সাহায্য সন্দৰ্ভত মানস ৰবীনৰ মন্তব্য

আনহাতে, ৰাজ্যৰ শিল্পীসমাজক আৰ্থিক অনুদান দিয়াৰ ঘোষণাৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷ বৃহস্পতিবাৰৰ প্ৰতিবাদীসভাত এই বিষয়ৰ ওপৰতো আলোচনা কৰা হ’ব বুলি ব্যক্ত কৰে শিল্পী মানস ৰবীনে ৷

এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

ইয়াৰ উপৰিও চৰকাৰে শিল্পীসকলৰ বাবে আগবঢ়োৱা এককালীন সাহায্যৰ বিষয়ে মতামত আগবঢ়ায় অভিনেতা দীনেশ দাস, গৰিমা গাৰ্গ কপিল বৰাৰ লগতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক- অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দুই ছাত্ৰ নেতাৰ

Intro:কাইলৈ গুৱাহাটীৰ চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব প্ৰতিবাদী সভা। গীতে মাতে বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী আইনৰ। চৰকাৰে দমনমূলক নীতিৰে আইন জাপি দিয়া কাৰ্যক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ শিল্পীসমাজৰ। কাইলৈৰ প্ৰতিবাদী অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কণ্ঠশিল্পী মানস ৰবিনে। ইফালে ৰাজ্যৰ শিল্পীসমাজক ৫০হাজাৰকৈ চৰকাৰে আৰ্থিক অনুদান দিব বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কণ্ঠশিল্পী মানস ৰবিনে। শিল্পীৰ বিবেকৰ মূল্য ৫০ হাজাৰ নহয় বুলিও চৰকাৰক উভতি ধৰে মানস ৰবিন। তাৰোপৰি কাইলৈ হ'বলগীয়া প্ৰতিবাদী সভাত সকলো শিল্পী লগ হৈ এই ক্ষেত্ৰত আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.