ETV Bharat / state

পুনৰ বানত বুৰ গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ - কৃত্ৰিম বানপানী

মুষলধাৰ বৰষুণৰ পৰিণতিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানী ৷ যাত্ৰীৰ দুৰ্ভোগ ৷ নলা নিৰ্মাণ নকৰা বাবেই এই দীৰ্ঘদিনীয়া সমস্যা ৷

এজাক বৰষুণতে বুৰ গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Sep 12, 2019, 10:50 PM IST

গুৱাহাটী, 12 চেপ্টেম্বৰ: বৃহস্পতিবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ঠাইত দেখা গ'ল কৃত্ৰিম বানপানী । কৃত্ৰিম বানপানীৰ ফলত যোৰাবাট, ১০ মাইল, ৯ মাইল , ৮ মাইল , খানাপাৰাকে আদি বিভিন্ন অঞ্চলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱা পৰিলক্ষিত হয় । যাৰ ফলত এই পথেদি উজনিৰ পৰা নামনিলৈ অহা-যোৱা কৰা যাত্ৰীসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈ আছে । উল্লেখ্য যে, নিৰ্মাণৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি নলা নিৰ্মাণ নকৰাৰ ফলতে এই দীৰ্ঘদিনীয়া সমস্যাই ৰাইজক ভাৰাক্ৰান্ত কৰি আহিছে ।

কৃত্ৰিম বানপানীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰা দুৰৱস্থা

Intro:পুনৰ বুৰ গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

Body: । বৃহস্পতিবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ঠাইত দেখা গল কৃত্ৰিম বানপানী । কৃত্ৰিম বানপানীৰ ফলত যোৰাবাট , ১০ মাইল , ৯ মাইল , ৮ মাইল , খানাপাৰাকে আদি বিভিন্ন অঞ্চলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যায় । যাৰ ফলত এই পথেদি উজনিৰ পৰা নামনিলৈ অহা-যোৱা কৰা যাত্ৰী সকল বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় । উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি নলা নিৰ্মাণ নকৰাৰ ফলতে এই দীৰ্ঘদিনীয়া সমস্যা , এজাক বৰষুণৰ ফলতে বুৰ যায় যোৰাবাটৰ আশে-পাশে অঞ্চল ।

Conclusion:Asrari Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.