ETV Bharat / state

মহানগৰীত বিশ্ব হাপানী ৰোগ দিৱস পালন - Apollo Hospitals Guwahati observes World Asthma Day

আজিৰ দিনটো সমগ্ৰ বিশ্বই পালন কৰি আহিছে বিশ্ব হাপানী ৰোগ দিৱস হিচাপে ৷ সেই উপলক্ষে এপ'ল হাস্পতালৰ উদ্যোগতো পালন কৰা হয় বিশ্ব হাঁপানী ৰোগ দিৱস ৷

বিশ্ব শ্বাসৰোগ সজাগতা দিৱস
author img

By

Published : May 7, 2019, 6:49 PM IST

Updated : May 7, 2019, 7:03 PM IST

গুৱাহাটী, 7 মেঃ সমগ্ৰ বিশ্বতে আজিৰ দিনটোত উদযাপন কৰা হৈছে বিশ্ব হাপানী ৰোগ দিৱস হিচাপে ৷ মহানগৰীৰ এপ'ল হাস্পতালৰ উদ্যোগত পালন কৰা হয় বিশ্ব হাপানী ৰোগ দিৱস ৷

বিশ্ব শ্বাসৰোগ সজাগতা দিৱস

চিকিৎসালয়খনৰ কৰ্মচাৰীৰ উদ্য়োগত বাহিৰ কৰা হয় এক ৱাকাথন ৷ এই ৱাকাথনত অংশ লয় চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী তথা বহু লোকে ৷ আনহাতে বিশ্ব হাঁপানী ৰোগ দিৱস উপলক্ষে আজিৰ দিনটোত বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতাৰ পৰীক্ষা কৰে বিশেষজ্ঞ চিকিৎসক সকলে ৷

আজি বিশ্ব শ্বাসৰোগ সজাগতা দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কাৰ্যসুচী ৰূপায়ন শ্বাসৰোগ সজাগতা দিৱস উপলক্ষ্যে ৷ মহানগৰীৰ এপ'ল' হাস্পতালৰ উদ্যোগতো এই দিৱসটি পালন কৰা হয় ৷ সেই অনুসৰি  হাস্পতালৰ পৰা উলিওৱা হয় এক ৱাকাথন ৷ এই ৱাকাথনত হাস্পতালৰ চিকিৎসক,নাৰ্চৰ লগতে সকলো কৰ্মচাৰীয়ে অংশ লয় ৷ লগতে আজি হাস্পতালত গোটেই দিনজুৰি বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ কাৰ্যক্ষমৰ পৰীক্ষা কৰে বিশেষজ্ঞ চিকিৎসক সকলে ৷ইয়াৰ উপৰিও এজন লোকে নিজৰ হৃদপিণ্ডটো কেনেদৰে সবল কৰি ৰাখিব তাৰ ওপৰতো কিছু পৰামৰ্শ দিয়ে চিকিৎসকে ৷

Lipika deka...Guwahati
Last Updated : May 7, 2019, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.