ETV Bharat / state

পদত্যাগ পত্ৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ - ৰিপুন বৰাৰ পদত্যাগ পত্ৰ

ৰিপুন বৰাৰ পদত্যাগ পত্ৰ
author img

By

Published : May 26, 2019, 10:37 PM IST

Updated : May 26, 2019, 11:38 PM IST

2019-05-26 22:28:57

পদত্যাগ পত্ৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ

ETV BHARAT ASSAM
ৰিপুন বৰাৰ পদত্যাগ পত্ৰ
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ পদত্যাগ
  • কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰিপুন বৰাৰ
  • অসমত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ যিয়ে নহওক কিয় ,মোৰ বিবেকে মোক সভাপতিৰ পদত থাকিবলৈ আৰু অনুমতি নিদিয়ে বুলি পত্ৰত উল্লেখ ৰিপুন বৰাৰ
  • লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাচতেই পদত্যাগ পত্ৰ দাখিল ৰিপুন বৰাৰ
  • শনিবাৰে সভাপতিগৰাকীৰ পদত্যাগৰ দাবীত 30 গৰাকী কংগ্ৰেছ কৰ্মীয়ে হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল পত্ৰ

Intro:Body:

breaking

Conclusion:
Last Updated : May 26, 2019, 11:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.