ETV Bharat / state

খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা : মেজমেলত বহিল অনুপ চেতিয়া আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীয় সংগঠন - খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান

অনুপ চেতিয়াৰ সৈতে জনগোষ্ঠীয় সংগঠনৰ মেজমেল ৷ মেজমেলত বহু কেইটা প্ৰস্তাৱনা প্ৰস্তুত হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে মেজমেলৰ আহ্বায়ক অনুপ চেতিয়াই ৷

খিলঞ্জীয়াই লাভ কৰিবনে সাংবিধানিক সুৰক্ষা?
author img

By

Published : Sep 19, 2019, 6:43 PM IST

গুৱাহাটী,19 ছেপ্তেম্বৰ: ঐতিহাসিক 6 নং দফা অনুযায়ী অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান সম্পৰ্কত ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতি সন্দৰ্ভত অসম সাহিত্য সভা ভৱনত অনুপ চেতিয়াৰ সৈতে জনগোষ্ঠীয় সংগঠন সমূহৰ মেজমেল ৷ এই মেজমেলত বহু কেইটা প্ৰস্তাৱনা প্ৰস্তুত কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে মেজমেলৰ আহ্বায়ক অনুপ চেতিয়াই ৷ লগতে অতি শীঘ্ৰেই দাখিল কৰিব লগীয়া স্মাৰক পত্ৰ খনত দুটা কৈ দাবী থকাৰ কথা উল্লেখ কৰে অনুপ চেতিয়াই ৷ খিলঞ্জীয়া লোকৰ স্বাৰ্থত সাংবিধানিক সুৰক্ষাৰ লগতে বহু কেইটা বিষয় সন্নিবিষ্ট কৰা হৈছে এই স্মাৰক পত্ৰত ৷ চেতিয়াই প্ৰকাশ কৰা অনুসৰি মেজমেলত গঠিত হোৱা এখন কমিটিয়ে আগন্তুক সময়ৰ খিলঞ্জীয়া অধিকাৰ সন্দৰ্ভৰ সকলো বিষয়টো গুৰুত্ব প্ৰদান কৰিব ৷

খিলঞ্জীয়াই লাভ কৰিবনে সাংবিধানিক সুৰক্ষা?

উল্লেখ্য যে ঐতিহাসিক ৬ নং দফা অনুযায়ী অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান সম্পৰ্কত নীতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । সেই সন্দৰ্ভত অসমৰ দল সংগঠন, সচেতন ব্যক্তিৰ পৰা মতামত লগতে পৰামৰ্শ বিচাৰিছে চৰকাৰে ৷ উক্ত বিষয়ৰ ভিত্তিতেই বৃহস্পতিবাৰে অনুষ্ঠিত হয় মেজমেলখন ৷

Intro:ঐতিহাসিক ৬ নং দফা অনুযায়ী অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদান সম্পৰ্কত এখন নীতি ভাৰত চৰকাৰে গঠন কৰিছে। সেই সন্দৰ্ভত অসমৰ দল সংগঠন , সচেতন ব্যক্তিৰ পৰা মতামত লগতে পৰামৰ্শ বিচাৰিছে চৰকাৰে। সেই সন্দৰ্ভতে অনুপ চেতিয়াৰ সৈতে লগ হৈ জনগোষ্ঠীয় সংগঠন সমূহৰ সৈতে এক মেজমেল অনুষ্ঠিত হয় অসম সাহিত্য সভা ভৱনত।

Body:এই মেজমেলত বহু কেইটা প্ৰস্তাৱনা প্ৰস্তুত হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিলে এই মেজমেলৰ আহ্বায়ক অনুপ চেতিয়াই। অতি শীঘ্ৰেই দাখিল কৰিব লগীয়া স্মাৰক পত্ৰ খনত দুটা কৈ দাবী থকাৰ কথা কলে আহ্বায়ক অনুপ চেতিয়াই। খিলঞ্জীয়া লোকৰ স্বাৰ্থত সাংবিধানিক সুৰক্ষাৰ লগতে বহু কেইটা বিষয় সন্নিবিষ্ট কৰা হৈছে এই স্মাৰক পত্ৰত।
Bite:- অনুপ চেতিয়া।

Conclusion:আজিৰ এই মেজমেলতে এখন কমিটি গঠন কৰা হৈছে যি কমিটিয়ে আগন্তুক সময়ৰ খিলঞ্জীয়া অধিকাৰ সন্দৰ্ভৰ সকলো বিষয় বস্তুত গুৰুত্ব প্ৰদান কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.