ETV Bharat / state

অম্বুবাচী উপলক্ষে সাজু মহানগৰী প্ৰশাসন - কামাখ্যা

অম্বুবাচী উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল নীলাচল পাহাৰত ।

অম্বুবাচী উপলক্ষে সাজু মহানগৰী প্ৰশাসন
author img

By

Published : Jun 17, 2019, 4:50 PM IST

গুৱাহাটী, 17 জুনঃ ২২ তাৰিখৰ পৰা মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । এই বিশাল ধৰ্মীয় মেলাকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । সোমবাৰে কামাখ্যাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় মন্দিৰ পৰিচালনা সমিতি ।

অম্বুবাচী উপলক্ষে সাজু মহানগৰী প্ৰশাসন

উক্ত বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ । অম্বুবাচী উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল নীলাচল পাহাৰত । তাৰোপৰি চিচি টিভি কেমেৰা, মেটেল ডিটেক্টৰ, স্কেনাৰ আদিৰো ব্যৱস্থা কৰিছে প্ৰশাসনে । মুঠৰ ওপৰত ভক্তসকলৰ সুৰক্ষাৰ লগতে সা সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে আৰক্ষী-প্ৰশাসনে ।

Intro:২২ তাৰিখৰ পৰা মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। এই বিশাল ধৰ্মীয় মেলাকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। সোমবাৰে কামাখ্যাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় মন্দিৰ পৰিচালনা সমিতি। বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ। অম্বুবাচী উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল নীলাচল পাহাৰত। তাৰোপৰি চিচি টিভি কেমেৰা, মেটেল ডিটেক্টৰ, স্কেনাৰ আদিৰো ব্যৱস্থা কৰিছে প্ৰসাশনে। মুঠৰ ওপৰত ভক্তসকলৰ সুৰক্ষাৰ লগতে সা সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে আৰক্ষী-প্ৰশাসনে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.