ETV Bharat / state

চূড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা

author img

By

Published : Feb 4, 2021, 9:15 PM IST

Updated : Feb 5, 2021, 10:24 AM IST

বৃহস্পতিবাৰে চূড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ৷ গুৱাহাটী মেডিকেল কলেজত ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

alliance-between-ajp-and-raijor-dol-is-final
চূড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা

গুৱাহাটী,4 ফেব্ৰুৱাৰী: আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ যাৰ বাবে এতিয়া নিজ নিজ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে অসমৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে চূড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ৷ গুৱাহাটী মেডিকেল কলেজত ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

আনহাতে জাতীয়তাবাদী সকলো শক্তি একত্ৰিত হৈ অসমৰ মুঠ 126 টা সমষ্টিতে প্ৰাৰ্থী নিক্ষেপ কৰি এক জাতীয়তাবাদী শক্তিৰ উত্থান কৰিব বুলি দাবী কৰিছে লুৰিণজ্যোতি গগৈয়ে ৷ লগতে কংগ্ৰেছ অথবা কোনো ৰাষ্ট্ৰীয় দলেৰে মিত্ৰতা থকা আন দলৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতা নহ’ব বুলি স্পষ্ট কৰিলে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়কঃ বৰপেটাত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সমাৰোহ

Last Updated : Feb 5, 2021, 10:24 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.