ETV Bharat / state

প্ৰতীক হাজেলাক তীব্ৰ সমালোচনা মহানন্দ চৰকাৰ দত্তৰ

author img

By

Published : Feb 23, 2020, 5:37 PM IST

সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰ দত্তৰ অভিযোগ ! 'এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ইচ্চাকৃতভাৱে হিন্দু বঙালীসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা নাই ৷'

মহানন্দ চৰকাৰ দত্ত
মহানন্দ চৰকাৰ দত্ত

গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ 'এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ইচ্চাকৃতভাৱে হিন্দু বঙালী সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা নাই ৷' এই অভিযোগ সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰ দত্ত ৰাজ্যৰ হিন্দু বঙালীসকলৰ বিভিন্ন সমস্যা সমাধানৰ স্বাৰ্থত জন্মলাভ কৰা সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যন চাৰিটা ভাগত বিভক্ত হৈছিল ৷ দেওবাৰে বিভক্ত হোৱা সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ তিনিটা গোট একত্ৰিত হৈ, হিন্দু বাঙালী সকলৰ স্বাৰ্থত সংকল্প গ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে সভাপতি গৰাকীয়ে তীব্ৰ সমালোচনা কৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক গৰাকীক ৷

প্ৰতীক হাজেলাক তীব্ৰ সমালোচনা মহানন্দ চৰকাৰ দত্তৰ

লগতে পঢ়কঃ

১ মাৰ্চত কংগ্ৰেছ দলত যোগদান কৰিব প্ৰাক্তন বিজেপি সাংসদ আৰ.পি শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.