ETV Bharat / state

CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

author img

By

Published : Dec 11, 2020, 2:18 PM IST

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হয় কৃষক নেতা অখিল গগৈক ৷ CAA বিৰুদ্ধে সকলো অসমীয়াকে ওলাই আহিবলৈ আহ্বান কৃষক নেতা গৰাকীৰ ৷

অখিল গগৈ
অখিল গগৈ

গুৱাহাটী, 11 ডিচেম্বৰ: শুকুৰবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ অনা হ'ল কৃষক নেতা অখিল গগৈক ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত CAA বিৰোধী মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ৷ তেওঁৰ মতে, CAA তেওঁ কেতিয়াও নামানে ৷ এই আইনে বিপদাপন্ন কৰিব অসমীয়া জাতিৰ অস্তিত্ব ৷

CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

আনহাতে CAA বিৰুদ্ধে সকলো অসমীয়াকে ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে CAA বলৱৎ হ'লে ভাৰতত থকা 20 লাখ হিন্দু বাংলাদেশী লোকে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰাও 1 কোটি 90 লাখ আহিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ৷ যাৰ বাবে তেওঁ 21 ৰ নিৰ্বাচনত বিজেপি আৰু এআইইউডিএফক প্ৰত্যাহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক: কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.